ETV Bharat / state

Road Accident at Jamugurihat : ডাম্পাৰ-স্কুটিৰ মুখামুখি সংঘৰ্ষত আৰক্ষী জোৱান আহত

author img

By

Published : Nov 7, 2022, 11:35 AM IST

Road Accident at Jamugurihat
ডাম্পাৰ-স্কুটিৰ মুখামুখি সংঘৰ্ষত আৰক্ষী জোৱান আহত

জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident at Jamugurihat)৷ ডাম্পাৰ আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষত আহত আৰক্ষীৰ জোৱান ৷

  • জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা(Road Accident at Jamugurihat)
  • ডাম্পাৰ আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ (Dumper scooty collision at Jamugurihat)
  • দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত স্কুটি চালক তথা বাটবাৰীৰ তিলক হাইনাৰি (৩৬) নামৰ আৰক্ষীৰ এজন জোৱান
  • সংকটজনক অৱস্থাত আৰক্ষীৰ জোৱানজনক তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ (Tezpur medical college)
  • স্থানীয় ৰাইজে ইতিমধ্য জব্দ কৰিছে RSM নামৰ দলং নিৰ্মাণ কোম্পানীৰ ডাম্পাৰখন
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.