ETV Bharat / state

মহামাৰীৰ প্ৰতি ৰাইজক সজাগ কৰি মাস্ক বিতৰণ আৰক্ষীৰ

author img

By

Published : Apr 22, 2021, 6:07 PM IST

https://react.etvbharat.com/assamese/assam/state/sivasagar/gp-singh-takes-all-responsibility-for-the-kidnapping-of-ongc-employees/assam20210422140940598
মহামাৰীৰ প্ৰতি ৰাইজক সজাগ কৰি মাস্ক বিতৰন আৰক্ষীৰ

বালিপৰাত মহামাৰী কৰ’ণাৰ প্ৰতি ৰাইজক সজাগ কৰাৰ অভিনৱ প্ৰচেষ্টা চাৰিদুৱাৰ আৰক্ষীৰ ৷ ৰাইজক মহামাৰীৰ সংক্ৰমণ ৰোধৰ বিষয়ত সজাগ কৰাৰ লগতে বিনামুলীয়াকৈ কৰিলে মাস্ক বিতৰণ ।

ৰঙাপৰা,22 এপ্ৰিল: সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰতো ভয়ংকৰ ৰূপ লৈছে মহামাৰী কৰ’ণাই । ইপিনে চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বালিপৰা, চাৰিদুৱাৰ, ৰঙাপৰা আদি অঞ্চলত প্ৰতিদিনে বৃদ্ধি হ’ব ধৰিছে কৰ’ণা আক্ৰান্তৰ সংখ্যা । অঞ্চলটোত সংক্ৰমিত লোকৰ সংখ্য়া যাতে বৃদ্ধি নহয় তাৰ প্ৰতি ৰাইজক সজাগ কৰিবৰ বাবে চাৰিদুৱাৰ আৰক্ষীয়ে ল’লে এক বিশেষ পদক্ষেপ ।

মহামাৰীৰ প্ৰতি ৰাইজক সজাগ কৰি মাস্ক বিতৰণ আৰক্ষীৰ

চাৰিদুৱাৰ আৰক্ষী চকীৰ বিষয়া আলিমুদ্দিন আহমেদে অঞ্চলটোত কৰ’ণাৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে ৰাইজৰ মাজত তাৰ সজাগতা সৃষ্টি কৰাৰ লগতে অঞ্চলটোত বিনামুলীয়াকৈ মাস্ক বিতৰণ কৰে ।

লগতে পঢ়ক : অ'এনজিচিৰ কৰ্মচাৰী অপহৰণৰ তদন্তৰ দায়িত্ব ল'লে জি পি সিঙে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.