ETV Bharat / state

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

author img

By

Published : May 15, 2021, 9:11 AM IST

earthquake in Assam
ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

শনিবাৰে পুৱা 8.33 মিনিটত ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত ৷ এই ভূমিকম্পৰ মূল অভিকেন্দ্ৰ শোণিতপুৰ আৰু ইয়াৰ প্ৰাবল্য 3.9 ৰিখটাৰ স্কেলত বুলি জানিব পৰা গৈছে ৷

তেজপুৰ,15 মে’: বিগত কেইবাদিনৰ পৰাই ৰাজ্যত সঘনে ভূমিকম্পই জোকাৰি গৈছে ৰাজ্য ৷ শনিবাৰে পুৱা 8.33 মিনিটত ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৷ এই ভূমিকম্পৰ মূল অভিকেন্দ্ৰ শোণিতপুৰ আৰু ইয়াৰ প্ৰাবল্য 3.9 ৰিখটাৰ স্কেলত বুলি জানিব পৰা গৈছে ৷

বৰ্তমানলৈকে এই ভূমিকম্পৰ ফলত হোৱা কোনো ক্ষয়-ক্ষতিৰ তথ্য অহা নাই ৷ কিন্তু অসমত বিশেষকৈ শোণিতপুৰত সঘনে হোৱা ভূমিকম্পৰ জোকাৰণিয়ে চিন্তিত কৰি তুলিছে এতিয়া সাধাৰণ ৰাইজক ৷

লগতে পঢ়ক: কৰ'ণাৰ হটস্পতলৈ পৰিণত অভয়াপুৰী জিলা কাৰাগাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.