ETV Bharat / state

Dr Ankita Dutta removed: যুৱ কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা অংকিতা দত্তক অপসাৰণ

author img

By

Published : Dec 15, 2022, 7:44 PM IST

Dr Ankita Dutta removed
Dr Ankita Dutta removed

যুৱ কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ ড৹ অংকিতা দত্তক ৷ 2021 চনৰ 25 নৱেম্বৰত যুৱ কংগ্ৰেছৰ সভাপতি পদত (Youth Congress President) অধিষ্ঠিত হৈছিল ড৹ অংকিতা দত্ত ৷

  • যুৱ কংগ্ৰেছৰ সভাপতি (Youth Congress President) পদৰ পৰা অপসাৰণ ড৹ অংকিতা দত্তক
  • দীৰ্ঘদিন ধৰি চলি আছিল অপসাৰণৰ চিন্তা চৰ্চা
  • 2021 চনৰ 25 নৱেম্বৰত যুৱ কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হৈছিল ড৹ অংকিতা দত্ত (Dr Ankita Dutta removed)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.