ETV Bharat / state

Wild elephants roam free: চামগুৰিত ৩ শতাধিক বন্যহস্তীৰ মুক্ত বিচৰণ

author img

By

Published : Nov 2, 2022, 8:11 AM IST

চামগুৰিৰ বৰদলৰ পামগাঁৱত ৩ শতাধিক বন্যহস্তীৰ মুক্ত বিচৰণ (Wild elephants roaming) ৷ বন্যহস্তীৰ জাকটোৱে নষ্ট কৰিছে বিঘাই বিঘাই ধান খেতি ৷ এই ক্ষেত্ৰত বন বিভাগে নিৰৱ ভূমিকা গ্ৰহণৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

Wild elephants roam free in Samaguri
চামগুৰিত ৩ শতাধিক বন্যহস্তীৰ মুক্ত বিচৰণ

  • চামগুৰিৰ বৰদলৰ পামগাঁৱত ৩ শতাধিক বন্যহস্তীৰ মুক্ত বিচৰণ (Wild elephants roaming)
  • বন্যহস্তীৰ জাকটোৱে নষ্ট কৰিছে বিঘাই বিঘাই ধান খেতি
  • এই ক্ষেত্ৰত বন বিভাগে নিৰৱ ভূমিকা গ্ৰহণৰ অভিযোগ স্থানীয় ৰাইজৰ
  • মূৰৰ ঘাম মাটিত পেলাই কষ্টৰে কৰা খেতিদৰা ৰক্ষণা-বেক্ষণ দিবলৈ টম্বো লগাই পহৰা দিছে ভুক্তভোগী ৰাইজে
  • আধা ঘণ্টাৰ ভিতৰত প্ৰায় ৬ বিঘাৰো অধিক ধান খাই টহিলং কৰে বন্যহস্তীৰ জাকটোৱে
    চামগুৰিত ৩ শতাধিক বন্যহস্তীৰ মুক্ত বিচৰণ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.