ETV Bharat / state

Teacher detained in Nagaon: ছাত্ৰীলৈ অশালীন বাৰ্তা পঠিয়াই আটক শিক্ষক

author img

By

Published : Oct 29, 2022, 4:32 PM IST

নগাঁও আৰক্ষীয়ে আটক কৰিছে তুন্না আজাম নামৰ এজন শিক্ষকক ৷ ছাত্ৰীক Whatsappত অশালীন বাৰ্তা প্ৰেৰণ কৰাৰ অভিযোগত আটক শিক্ষকজনক (Teacher detained in Nagaon)৷

Teacher detained in Nagaon
Teacher detained in Nagaon

  • ছাত্ৰীক Whatsappত অশালীন বাৰ্তা প্ৰেৰণ (Obscene messages to student) কৰাৰ অভিযোগত শিক্ষকক আটক
  • নগাঁও আৰক্ষীয়ে আটক কৰিছে তুন্না আজাম নামৰ এগৰাকী শিক্ষকক
  • POCSO Act ৰ অধীনত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা তুন্না আজাম (Teacher detained in Nagaon)
  • নগাঁৱৰ খ্ৰীষ্টজ্যোতি স্কুলৰ শিক্ষক ৰূপে কৰ্মৰত হৈ আছিল আজাম (Teacher sent Obscene messages to student)
  • কিছুদিন পূৰ্বে শিক্ষকগৰাকীক অব্যাহতি দিছিল খ্ৰীষ্টজ্যোতি স্কুল কৰ্তৃপক্ষই
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.