ETV Bharat / state

Rhino Roaming in Majuli : গড়ৰ মুক্ত বিচৰণে আতংকিত কৰিছে মাজুলীবাসীক

author img

By

Published : Nov 15, 2022, 3:55 PM IST

পুনৰ মাজুলীত গঁড়ৰ মুক্ত বিচৰণ ৷ গড়ৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে নামনি মাজুলী আৰু দক্ষিণ মাজুলীবাসী (Rhino terror in Majuli)৷

Rhino Roaming in Majuli
গড়ৰ মুক্ত বিচৰণে আতংকিত কৰিছে মাজুলীবাসীক

  • পুনৰ মাজুলীত গঁড়ৰ মুক্ত বিচৰণ
  • গঁড়ৰ মুক্ত বিচৰণ মাজুলীৰ ভিন্ন চাপৰিত
  • মাজুলীৰ চামগুৰি অঞ্চলত গড়ে চলাইছে সন্ত্ৰাস (Rhino terror in Majuli)
  • অযোধ্যা চাপৰি আৰু কুলি চাপৰিতো গড়ে চলাইছে সন্ত্ৰাস
  • প্ৰায় তিনি মাহ পুৰ্বে কাজিৰঙাৰ পৰা ওলাই আহিছিল তিনিটাকৈ গঁড় (Rhino in Majuli)
  • গড়ৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে নামনি মাজুলী আৰু দক্ষিণ মাজুলীবাসী
  • তিনিমাহে গঁড়কেইটাক খেদিবলৈ সক্ষম হোৱা নাই বন বিভাগ
    গড়ৰ মুক্ত বিচৰণে আতংকিত কৰিছে মাজুলীবাসীক
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.