ETV Bharat / state

Smuggler arrested in Karimganj: কৰিমগঞ্জত ১ কোটি টকাৰ ইয়াবা টেবলেটসহ আটক সৰবৰাহকাৰী

author img

By

Published : Oct 24, 2022, 12:56 PM IST

Smuggler arrested with Yaba tablet in Karimganj
কৰিমগঞ্জত ১ কোটি টকাৰ ইয়াবা টেবলেটসহ আটক সৰবৰাহকাৰী

কৰিমগঞ্জত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ আটক সৰবৰাহকাৰী (Smuggler arrested with Yaba tablet) ৷ সীমান্ত সুৰক্ষা বাহিনী আৰু আৰক্ষীৰ যুটিয়া অভিযানত জব্দ ২০ হেজাৰ ইয়াবা টেবলেট ৷ কৰিমগঞ্জ চহৰৰ নিলগত কানিশাইল বাইপাছত এখন বাহনৰ পৰা জব্দ কৰা হৈছে টেবলেটখিনি ৷

  • কৰিমগঞ্জত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ আটক সৰবৰাহকাৰী
  • সীমান্ত সুৰক্ষা বাহিনী আৰু আৰক্ষীৰ যুটিয়া অভিযানত জব্দ ২০ হেজাৰ ইয়াবা টেবলেট
  • কৰিমগঞ্জ চহৰৰ নিলগত কানিশাইল বাইপাছত এখন বাহনৰ পৰা জব্দ বৃহৎ পৰিমানৰ টেবলেটখিনি
  • ইয়াবা টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকা
  • আটকাধীন সৰবৰাহকাৰীটোৰ নাম ইকবাল হুছেইন
    কৰিমগঞ্জত ১ কোটি টকাৰ ইয়াবা টেবলেটসহ আটক সৰবৰাহকাৰী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.