ETV Bharat / state

ধনদাবী কৰি আৰক্ষীৰ জালত মহিলা

author img

By

Published : Aug 30, 2019, 3:32 AM IST

ধনদাবী কৰি আৰক্ষীৰ জালত মহিলা

ধনদাবী কৰি আৰক্ষীৰ জালত মহিলা

ডিফুত ধনদাবী আৰু ব্লেক মেইলিং কৰাৰ অভিযোগত গ্ৰেপ্তাৰ মঞ্জু হাজৰিকা নামৰ এগৰাকী মহিলা ।

কাৰ্বি আংলং,৩০ আগষ্টঃ ব্লেক মেইলিং আৰু ধনদাবী কৰাৰ অভিযোগত আৰক্ষীৰ জালত এগৰাকী মহিলা । ডিফুৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰাম অৱতাৰ স্বামীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদিকা মঞ্জু হাজৰিকা । অসম সাহিত্য সভাৰ ডিফুৰ ৰাংছিনা ভৱনৰো দায়িত্বত আছে মঞ্জু হাজৰিকা ।

Intro:Diphu Breaking== ডিফুত ধনদাবী,ব্লেক মেইলিং কৰাৰ অভিযোগত এগৰাকী মহিলাক গ্ৰেপ্তাৰ / মঞ্জু হাজৰিকা নামৰ মহিলা গৰাকীক গ্ৰেপ্তাৰ ডিফু অাৰক্ষীৰ/ ডিফুৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰাম অৱতাৰ স্বামীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ /মঞ্জু হাজৰিকা অসম সাহিত্য সভাৰ অাঞ্চলিক সম্পাদিকা/ অসম সাহিত্য সভাৰ ডিফুৰ ৰাংছিনা ভৱনৰো দ্বায়িত্বত অাছে মঞ্জু হাজৰিকা/ আনহাতে ৰাম অৱতাৰ স্বামী ডিফু সাহিত্য সভাৰ উপ সভাপতি / দুয়োৰে মাজত অাছে পতি-পত্নীৰ গোপন সম্পৰ্ক/ ৰাম অৱতাৰ স্বামীয়ে পৰিয়ালৰ অজ্ঞাতে কৰ্ট মেৰিজ কৰিছিল মঞ্জুৰ সৈতে/ ১৫ মে ২০১৯ত কৰ্ট মেৰিজ কৰিছিল দুয়ো/Body:********Conclusion:************
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.