ETV Bharat / state

দেহত আঘাত আৰু চকুত চকুপানী লৈ আৰক্ষী থানাত দুগৰাকী বৃদ্ধা

author img

By

Published : Sep 1, 2019, 3:14 PM IST

দেহত আঘাত আৰু চকুত চকুপানী

বাইহাটা চাৰিআলিৰ কদমতলাত নিজ পুত্ৰৰ হাতত নিৰ্যাতিত হৈছে এগৰাকী বৃদ্ধা ৷ শৌচালয় ব্যৱহাৰ কৰোতে লেতেৰা হোৱাৰ বাবেই দ্বিতীয় পুত্ৰ হিতেশ তালুকদাৰে লাঠীৰে কোৱাই হাত ভাঙি দিয়ে বৃদ্ধাগাৰীক ৷ আলিপূৱ গাঁৱৰ ফুলবানু বিবি নামৰ নামৰ এই বৃদ্ধা গৰাকী নিৰ্মমভাৱে প্ৰহাৰ কৰিছে তেওঁৰেই কণিষ্ঠ পুত্ৰ মৃদুল আলীয়ে ৷

বাইহাটা চাৰিআলি, ছেপ্তেম্বৰ 1 : হাতত বেণ্ডেজ আৰু চকুত চকু পানী লৈ বাইহাটাৰ আৰক্ষী থানাত কদমতলাৰ এইগৰাকী বৃদ্ধা ৷ নিজ পুত্ৰৰ হাতত নিৰ্যাতিত হৈছে বৃদ্ধাগৰাকী ৷ শৌচালয় ব্যৱহাৰ কৰোতে লেতেৰা হোৱাৰ বাবেই দ্বিতীয় পুত্ৰ হিতেশ তালুকদাৰে লাঠীৰে কোৱাই হাত ভাঙি দিয়ে বৃদ্ধাগাৰীক ৷ ইয়াৰ পূৰ্বেও পুত্ৰই শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ এইগৰাকী দুৰ্ভগীয়া মাতৃৰ ৷

দেহত আঘাত আৰু চকুত চকুপানী


আনহাতে, বাইহাটা চাৰিআলিৰ আলিপূৱ গাঁৱৰ ফুলবানু বিবি নামৰ নামৰ এই বৃদ্ধা গৰাকী নিৰ্মমভাৱে প্ৰহাৰ কৰিছে তেওঁৰেই কণিষ্ঠ পুত্ৰ মৃদুল আলীয়ে ৷ পুত্ৰ অত্যাচাৰ সহিব নোৱাৰি আৰক্ষীৰ কাষ চাপিছিল বৃদ্ধাগৰাকী ৷ ইয়াতেই খৰ্গহস্ত হৈ মাতৃক গতিয়াই ঘৰৰ পৰা বাহিৰ কৰি দিয়ে মৃদুল আলীয়ে ৷ পুনৰ ফুলবানু বেগম বাইহাটা চাৰিআলি আৰক্ষী থানাত উপস্থিত হোৱাত আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে বেজেৰা সামুহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

Intro:Baihata Mother Attacked By Son

V/O:--জন্ম দাত্ৰীৰ ওপৰত চলা পুত্ৰৰ অত্যাচাৰৰ বাতৰি বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰচাৰিত হৈ অহাৰ পিচতো একাংশ কুলাংগৰ পুত্ৰই সলনি কৰা নাই নিজৰ স্বভাব । পুনৰ বাইহাটা চাৰিআলিত পুত্ৰৰ আক্ৰমনৰ বলি হ'ল এগৰাকী জননী । বাইহাটা চাৰিআলিৰ আলিপূব গাৱৰ ফুলবানু বিবি নামৰ এই গৰাকী জননী আক্ৰমনৰ বলি হ'ল নিজৰ কনিষ্ঠ পুত্ৰ মৃদুল আলীৰ হাতত । ফুলবানু বিবিৰ তিনিজন পুত্ৰৰ ভিতৰত কনিষ্ঠ পুত্ৰই মাকক চোৱাচিতাৰ দায়ীত্ব লৈছিল যদিও জেষ্ঠ দুই পুত্ৰই বেলেগত থাকিবলৈ লোৱাৰ পিচৰে পৰা কনিষ্ঠ পুত্ৰ মৃদুলে আৰম্ভ কৰে মাকৰ ওপৰত অত্যাচাৰ । দীৰ্ঘ দিনৰ পৰা পুত্ৰই চলাই অহা শাৰীৰিক আৰু মানসিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি অৱশেষত ফুলবানু উপস্থিত হয় বাইহাটা চাৰিআলি আৰক্ষী । আৰক্ষী থানালৈ যোৱাৰ কথা গম পাই পুনৰ মৃদুলে মাকক গতিয়াই গতিয়াই বাহিৰ কৰি দিয়ে ঘৰৰ পৰা । পুনৰ ফুলবানু বেগম বাইহাটা চাৰিআলি আৰক্ষী থানাত উপস্থিত হোৱাত আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষাৰ বাবে বেজেৰা সামুহিক চিকিৎসালয়লৈ প্ৰেৰন কৰে । মহিলা গৰাকীক কিদৰে অত্যাচাৰ কৰিছিল এই কথা শুনক মহিলা গৰাকীৰ মুখেৰে ................
বাইট:-----
বাইট:-----
V/O:---অনুৰূপ ঘটণাা সংঘটিত হয় বাইহাটা চাৰিআলিৰ কৰৰা কদমতলত । টাঙোনেৰে কোবাই মাতৃৰ ভাঙিলে হাট । এই বৃদ্ধা গৰাকীৰ ২য় পুত্ৰ হিতেশ তালুকদাৰে শৌচালয় লেতেৰা কৰি থোৱাৰ অপৰাধতে কোবাই ভাঙিলে মাতৃৰ হাত । পূৰ্বেও পুত্ৰই শাৰীৰিক আৰু মানসিক ভাবে আক্ৰমন কৰাৰ অভিযোগ মাতৃ গৰাকীৰ ।
বাইট:--- Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.