ETV Bharat / state

ৰঙিয়াৰ 10 জনকৈ লোকৰ শৰীৰত COVID19 নিগেটিভ ৰিজাল্ট

author img

By

Published : May 22, 2020, 5:36 PM IST

COVID19 Negative cases in Rangia
ৰঙিয়াৰ 10 জনকৈ লোকৰ শৰীৰত COVID19 নিগেটিভ ৰিজাল্ট

কামৰূপ জিলাৰ চাংসাৰিৰ মদনপুৰত দেৱৰাজ আচাৰ্য নামৰ এজন যুৱকৰ শৰীৰত COVID19 প'জিটিভ পোৱা গৈছিল ৷ তাৰ পিছতে যুৱকজনে বাস কৰা অট্টালিকাটোৰ এগৰাকী মহিলাসহ ১০ গৰাকীকৈ লোকক ৰঙিয়াৰ মডেল হাস্পাতালত কোৱাৰেণ্টাইনত ৰখা হৈছিল ৷

ৰঙিয়া,22মে': ৰাজ্যত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ সময়তে ৰঙিয়াৰ মডেল হাস্পাতালত কোৱাৰেণ্টাইনত থকা 10 গৰাকীকৈ লোকৰ শৰীৰত পৰীক্ষাৰ অন্তত COVID19 নিগেটিভ ৰিজাল্ট পোৱা গৈছে ৷ জানিব পৰা মতে,কামৰূপ জিলাৰ চাংসাৰিৰ মদনপুৰত দেৱৰাজ আচাৰ্য নামৰ এজন যুৱকৰ শৰীৰত COVID19 প'জিটিভ পোৱা গৈছিল ৷ তাৰ পিছতে যুৱকজনে বাস কৰা অট্টালিকাটোৰ এগৰাকী মহিলাসহ ১০ গৰাকীকৈ লোকক ৰঙিয়াৰ মডেল হাস্পাতালত কোৱাৰেণ্টাইনত ৰখা হৈছিল ৷আনহাতে 10 গৰাকী ব্যক্তিৰে প্ৰথম টেষ্ট আৰু দ্বিতীয় টেষ্টৰ ৰিপ'ৰ্ট নিগেটিভ অহাত এতিয়া হাস্পাতালখনৰ চিকিৎসক, নাৰ্চৰ লগতে কোৱাৰেণ্টাইনত থকা লোকসকলে আনন্দ প্ৰকাশ কৰিছে ৷

ৰঙিয়াৰ 10 জনকৈ লোকৰ শৰীৰত COVID19 নিগেটিভ ৰিজাল্ট

লগতে পঢ়কঃকৰ'ণা ভাইৰাছত কৈ আম্ফানৰ প্ৰাদুৰ্ভাৱ অধিক বেয়া হ'ব পাৰে : মমতা বেনাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.