3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 28, 2022, 3:00 PM IST

TOP 10 AT 3 PM

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

ৰেডিশ্বন ব্লুৰ পৰা ওলাল বিসম্বাদী নেতা একনাথ সিন্দে

ক্ৰমাৎ সলনি হৈছে হোটেল ৰাজনীতিৰ অংক

Maha Hotel Politics: ৰেডিশ্বন ব্লুৰ বুকিঙৰ সময়সীমা বৃদ্ধিৰ সম্ভাৱনা

গুৱাহাটীৰ হোটেল ৰাজনীতিৰ নতুন মোৰ ৷ ক্ৰমাৎ দৃশ্যপট সলনি হৈছে ৰেডিশ্বন ব্লুত চলি থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ হোটেল ৰাজনীতিৰ (Maharashtra Hotel Politics)। পুনৰ ৰেডিশ্বন ব্লুত বিসম্বাদী বিধায়কৰ বুকিঙৰ সমসীমা বৃদ্ধিৰ সম্ভাৱনা (Booking extend in Radisson Blue hotel) ৷

ৰাজ্যত অব্যাহত বানৰ বিভীষিকা: ২৪ ঘণ্টাত আঠজনৰ প্ৰাণহানি

ৰাজ্য়ত অব্যাহত আছে বানৰ তাণ্ডৱলীলা (Flood in Assam) ৷ বিগত ২৪ ঘণ্টাত প্ৰলয়ংকাৰী বানপানীৰ ফলত প্ৰাণ গ’ল আঠজন লোকৰ । ইয়াৰে সৰ্বাধিক ৫ জন কাছাৰ জিলাৰ আৰু একোজনকৈ কামৰূপ মহানগৰ, নগাঁও আৰু মৰিগাঁও জিলাৰ (Eight people died in floods in Last 24 hours) ।

Mumbai Building Collapsed: মুম্বাইত অট্টালিকা খহি 5 জন আহত, বহু লোক আৱদ্ধ

মুম্বাইৰ কুৰ্লাত ভয়ংকৰ অঘটন (Mumbai Building Collapsed) ৷ তাচপাতৰ দৰে খহি পৰিল এটা চাৰিমহলীয়া অট্টালিকা ৷ অট্টালিকা খহি পৰাৰ ফলত ধ্বংসস্তুপত আৱদ্ধ হৈ পৰিছে বহু লোক ৷ উদ্ধাৰ অভিযান অব্যাহত ৷

পাৰিবাৰিক কন্দলৰ বাবে কলঙত জঁপিয়াই আত্মহত্যাৰ চেষ্টা যুৱকৰ

নগাঁৱত ভয়ংকৰ অঘটন ৷ কলঙত জঁপিয়াই আত্মহত্যাৰ চেষ্টা ৰণি ঘোষ নামৰ এজন যুৱকৰ (Youth attempts to commit suicide) ৷

Leopard caged in Dibrugarh: শালমাৰি চাহ বাগিছাত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী

ডিব্ৰুগড় জিলাৰ খোৱাংস্থিত শালমাৰি চাহ বাগিছাত নাহৰফুটুকীৰ তাণ্ডৱ (Leopard in Salmari tea estate) ৷ মঙলবাৰে খোৱাঙৰ বন বিভাগে স্থানীয় ৰাইজৰ সহযোগত নাহৰফুটুকীটো পিঞ্জৰাৱদ্ধ কৰিবলৈ সক্ষম হয় (Leopard caged in Salmari tea estate) ৷

মিছমাৰীত নৈত খহি গ'ল দলং : বাঁহৰ দলঙেৰে বিপদসংকুল যাত্ৰা ৰাইজৰ

বছৰৰ দ্বিতীয়টো বানে ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে (Flood in Assam)। চলিত বছৰতে বানপানীৰ ফলত ১০০ৰো অধিক লোকৰ মৃত্যু হৈছে । বহু সা-সম্পত্তিৰ লগতে বাট-পথ আদি ধ্বংসস্তুপত পৰিণত হৈছে (Flood affects Assam)। কোনো কোনো স্থানত পথ, দলং আদি নৈৰ বুকুত জাহ গৈছে ।

আছে চিকিৎসালয় নাই চিকিৎসক ; মাজুলীত ৰোগীৰ মাজত হাহাকাৰ

মাজুলীৰ একমাত্ৰ জিলা চিকিৎসালয়খনত মৃত্যুৰ কিৰিলি (Garmur Pitambar Dev Goswami Civil Hospital)৷ চিকিৎসকৰ অভাৱত চিকিৎসাৰ বাবে ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰি বিমুখ হৈ উভতিব লগা গৈছে ৰোগী (No doctor in Majuli Government hospital) ৷

লিবিয়াত নিৰ্বাচন অনুষ্ঠিত নকৰাত ৰাষ্ট্ৰসংঘত উদ্বেগ প্ৰকাশ ভাৰতৰ

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী অভিযানৰ পৰামৰ্শদাতা আৰ মধুসূদনে (Counsellor in India's Permanent Mission to UN R Madhu Sudan) সোমবাৰে নিৰাপত্তা পৰিষদৰ সভাত এনেদৰে কয় । আনহাতে, লিবিয়া সন্দৰ্ভত পৰামৰ্শত তেওঁ কয় যে নতুন দিল্লীয়ে উদ্বেগেৰে উল্লেখ কৰিছে যে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰৰ (Ceasefire Agreement) পিছত দেখা পোৱা অগ্ৰগতি কেৱল বন্ধ হোৱাৰ আশংকায়ে নহয়, কিন্তু পিছপৰি যোৱাৰ আশংকাও আছে ।

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জিলিকিল গুৱাহাটীৰ এখন ব্যতিক্ৰমী শিক্ষানুষ্ঠান

সোমাবাৰে ৰাজ্যজুৰি ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ ফলাফল(HS Result 2022) । এইবাৰৰ ফলাফলত জিলিকিল মহানগৰীৰ এখন ব্যতিক্ৰমী শিক্ষানুষ্ঠান । ৰে'ল মন্ত্ৰীয়ে তেওঁৰ শেহতীয়া ওড়িশা ভ্ৰমণত ২০৫ খন বিশেষ ৰে'ল চলাবলৈ ঘোষণা কৰিছিল (Railway Minister declared to run 205 Special Trains) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.