ETV Bharat / state

Shivanath barman is no more : সকলোকে কন্দুৱাই এক অজান পৃথিৱীলৈ গ’লগৈ শিৱনাথ বৰ্মন

author img

By

Published : Dec 15, 2022, 6:07 PM IST

Shivanath barman is no more
সকলোকে কন্দুৱাই এক অজান পৃথিৱীলৈ গ’লগৈ শিৱনাথ বৰ্মন

শিৱনাথ বৰ্মন আৰু নাই (Shivanath barman is no more) ৷ বৃহস্পতিবাৰে বিয়লি গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰ্মনে ৷ মৃত্যুৰ সময়ত বৰ্মনৰ বসয় আছিল 80 বছৰ ৷

  • বিশিষ্ট সাহিত্যিক, চিন্তাবিদ তথা জ্যেষ্ঠ সাংবাদিক শিৱনাথ বৰ্মনৰ দেহাৱসান (Shivanath barman is no more)
  • গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰ্মনে
  • মৃত্যুৰ সময়ত বৰ্মনৰ বসয় আছিল 80 বছৰ
  • দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ আছিল সাহিত্যিকগৰাকী
  • শিৱনাথ বৰ্মনৰ অকাল মৃত্যুত এতিয়া সাহিত্য আৰু সাংবাদ জগতত পৰিছে শোক ছাঁ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.