ETV Bharat / state

মাদাৰ বৃদ্ধাৱাসত লক্ষ্মী পূজা উদযাপন

author img

By

Published : Oct 30, 2020, 10:45 PM IST

old age home laxmi puja at guwahati
মাদাৰ বৃদ্ধাৱাসত লক্ষ্মী পূজা উদযাপন

মহানগৰীৰ বিভিন্ন ঠাইৰ লগতে হাতীগাঁৱস্থীত মাডাৰ বৃদ্ধাৱাসতো উদযাপন কৰিছে লক্ষ্মী পূজা ৷ লক্ষ্মী প্ৰতিমাৰ সন্মুখত ধূপ, দীপ নৈবেদ্য আগবঢ়ায় সেৱা লয় আইতাসকলে ৷

গুৱাহাটী,30 অক্টোবৰঃ আজি ৰাজ্যজুৰি পালন কৰা হৈছে লক্ষ্মী পূজা ৷ ৰাজ্যৰ সবৰ্ত্ৰে আৰাধনা কৰিছে ধন, ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেবী লক্ষ্মীক ৷ অভাৱ-অনাটন, দুৰ্ভিক্ষৰ পৰা পৰিত্ৰান পাবলৈ লক্ষ্মী দেৱীৰ চৰণত সকলোৱে সেৱা লৈছে ৷

মহানগৰীৰ বিভিন্ন ঠাইৰ লগতে হাতীগাঁৱস্থিত মাডাৰ বৃদ্ধাৱাসতো উদযাপন কৰিছে লক্ষ্মী পূজা ৷ লক্ষ্মী প্ৰতিমাৰ সন্মুখত ধূপ, দীপ নৈবেদ্য আগবঢ়ায় সেৱা লয় আইতাসকলে ৷ সকলোৰে মংগল কামনা কৰি ধনে-ধানে উভৈনদী হ'বলৈ প্ৰাৰ্থনা জনায় নেদেখাজনৰ ওচৰত ৷

লগতে পঢ়কঃ 30 টা হাই মাষ্ট লাইটেৰে মুখ্যমন্ত্ৰীয়ে আলোকিত কৰিলে ডিব্ৰুগড় চহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.