ETV Bharat / state

ভূমি অধিগ্ৰহণৰ নামত প্ৰাক্তন মন্ত্ৰীৰ জালিয়াতি

author img

By

Published : Aug 30, 2019, 11:09 PM IST

ভূমি অধিগ্ৰহণৰ নামত প্ৰাক্তন মন্ত্ৰীৰ জালিয়াতি

জাননী জাৰি নকৰাকৈ ভূমি অধিগ্ৰহণ কৰাৰ অভিযোগ এই অভিযোগৰ ভিত্তিতে ঘাই পথ নিৰ্মাণ স্থগিত ৰখাৰ আদেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে

  • ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ ভূমি অধিগ্ৰহণৰ নামত জালিয়াতি
  • প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ ওপৰত জালিয়াতিৰ অভিযোগ
  • নাবালক পুত্ৰৰ নামত মাটি ক্ৰয় কৰা দেখুৱাইছিল ছিদ্দিক আহমেদে
  • জাননী জাৰি নকৰাকৈ ভূমি অধিগ্ৰহণ কৰাৰ অভিযোগ
  • এই অভিযোগৰ ভিত্তিতে ঘাই পথ নিৰ্মাণ স্থগিত ৰখাৰ আদেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে
  • গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে পূৰ্বৰ আদেশ খাৰিজ কৰা বুলি জানিবলৈ দিয়ে অতিৰিক্ত জ্যেষ্ঠ চৰকাৰী অধিবক্তা তৰুণ চন্দ্ৰ চুতীয়াই
  • এতিয়াৰ পৰা পুনৰ কাম আৰম্ভ হব 44 নং ৰাষ্ট্রীয় ঘাই পথৰ
Intro:ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ ভূমি অধিগ্ৰহণৰ নামত জালয়াতি।
প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে কৰিছিল এই জালিয়াতি।
গুৱাহাটী উচ্চ ন্যায়ালত পোহৰলৈ আহিছে এই তথ্য ।
নাবালক পুত্ৰৰ নামত মাটি ক্ৰয় কৰা দেখুৱাইছিল ছিদ্দিক আহমেদে।


Body:জাননী জাৰি নকৰাকৈ ভূমি অধিগ্ৰহণ কৰাৰ অভিযোগ ছিদ্দিক পুত্ৰৰ।
এই অভিযোগৰ ভিত্তিতে ঘাই পথ নিৰ্মাণত স্থগিত আদেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। বৃহস্পতিবাৰে পূৰ্বৰ আদেশ খাৰিজ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।এই কথা জানিবলৈ দিয়ে অতিৰিক্ত জ্যেষ্ঠ চৰকাৰী অধিবক্তা তৰুণ চন্দ্ৰ চুতীয়াই।
bite:- তৰুণ চন্দ্ৰ চুতীয়া



Conclusion:এতিয়াৰ পৰা পুনৰ কাম আৰম্ভ হব 44 নং ৰাষ্ট্রীয় ঘাই পথৰ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.