ETV Bharat / state

মহানগৰীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক দুই সৰবৰাহকাৰী

author img

By

Published : Aug 29, 2022, 1:47 PM IST

Huge amount of ganja seized in Guwahati
মহানগৰীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক দুই সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ বেহা ৷ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীয়েও পূৰ্বতকৈ অধিক তীব্ৰতৰ কৰি তুলিছে অভিযান প্ৰক্ৰিয়া ৷ শেহতীয়াকৈ মহানগৰীৰ ফৰেষ্টগেট অঞ্চলৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা (Huge amount of ganja seized) ৷ SOG আৰু নুনমাটি আৰক্ষীৰ যুটীয়া অভিযানত গাঞ্জাসহ আটক দুই সৰবৰাহকাৰী ৷ আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ৩০ কেজি ওজনৰ গাঞ্জা (Ganja smuggler arrested in Guwahati) ৷

  • ৰাজ্যত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ বেহা
  • নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীয়েও পূৰ্বতকৈ অধিক তীব্ৰতৰ কৰি তুলিছে অভিযান
  • শেহতীয়াকৈ মহানগৰীৰ ফৰেষ্টগেট অঞ্চলৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা (Huge amount of ganja seized)
  • SOG আৰু নুনমাটি আৰক্ষীৰ যুটীয়া অভিযানত গাঞ্জাসহ আটক দুই সৰবৰাহকাৰী (Ganja smuggler arrested in Guwahati)
  • আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ৩০ কেজি ওজনৰ গাঞ্জা
  • ধৃত সৰবৰাহকাৰী দুটাৰ ঘৰ মেঘালয়ত
  • Swift বাহনত কঢ়িয়াই আনিছিল গাঞ্জাখিনি
  • ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.