ETV Bharat / state

নেডফি হাউছত আছাম স্কীল ডেভেলপমেণ্ট মিছনৰ বিশেষ অনুষ্ঠান

author img

By

Published : Jun 15, 2019, 6:30 AM IST

নেডফি হাউছত আছাম স্কীল ডেভেলপমেণ্ট মিছনৰ বিশেষ অনুষ্ঠান

এই অনুষ্ঠানত দক্ষতা বিকাশৰ বাবে আছাম স্কীল ডেভেলপমেণ্ট মিছনে বহু আঁচনি হাতত লৈছে তথা বিগত সময়চোৱাত হাজাৰ হাজাৰ নিবনুৱাক সংস্থাপন দিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ।


গুৱাহাটী,15 জুন : আছাম স্কীল ডেভেলপমেণ্ট মিছনৰ সৌজন্যত নেডফি হাউছত মানপত্ৰ বিতৰণ অনুষ্ঠান । এই অনুষ্ঠানত উপস্থিত থাকে চন্দ্ৰমোহন পাটোৱাৰী, পল্লব লোচন দাসৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি । এই অনুষ্ঠানত কৌশল বিকাশ কেন্দ্ৰসমূহত প্ৰশিক্ষণ প্ৰাপ্ত প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ বিতৰণ কৰা হয় । বিগত কেইবাটাও বছৰ ধৰি আছাম স্কীল ডেভেলপমেণ্ট মিছনে অসমৰ বিভিন্ন ঠাইত দক্ষতা বিকাশৰ ওপৰত বিভিন্ন ধৰণৰ অনুষ্ঠান আৰু প্ৰতিষ্ঠানৰ যোগেদি অসমৰ নিবনুৱা যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ লগতে সংস্থাপন দিয়াৰ বাবে অহৰহ চেষ্টা চলাই আহিছে ।

নেডফি হাউছত আছাম স্কীল ডেভেলপমেণ্ট মিছনৰ বিশেষ অনুষ্ঠান

এই অনুষ্ঠানত দক্ষতা বিকাশৰ বাবে আছাম স্কীল ডেভেলপমেণ্ট মিছনে বহু আঁচনি হাতত লৈছে তথা বিগত সময়চোৱাত হাজাৰ হাজাৰ নিবনুৱাক সংস্থাপন দিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে । ইয়াৰ উপৰিও অসমৰ পৰা বহিঃদেশত কাম কৰিবলৈ যোৱা ব্যক্তিৰ সকলো তথ্যৰ লগতে কিমান সংখ্যক লোক চাকৰিৰ সূত্ৰে বাহিৰলৈ যায় ; এই সকলো তথ্য প্লেচমেণ্ট এজেন্সিসমূহে অসম চৰকাৰক দিব লাগিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

Intro:আছাম স্কীল ডেভালপমেণ্ট মিছনৰ সৌজনত নেডফি হাউছত এক অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত উপস্থিত থাকে চন্দ্ৰমোহন পাটোৱাৰী, পল্লব লোচন দাসৰ লগতে কেইবাজনো বিশেষ ব্যক্তি। এই অনুষ্ঠানত কৌশল বিকাশ কেন্দ্ৰ সমূহত প্ৰশিক্ষণ প্ৰাপ্ত প্ৰশিক্ষাৰ্থী সকলক মান পত্ৰ বিতৰণ কৰা হয়। বিগত কেইবাটাও বছৰ ধৰি আছাম স্কীল ডেভালপমেণ্ট মিছনে অসমৰ বিভিন্ন ঠাইত দক্ষতা বিকাশৰ ওপৰত বিভিন্ন ধৰণৰ অনুষ্ঠান আৰু প্ৰতিষ্ঠানৰ যোগেদি অসমৰ নিবনুৱা যুৱক যুৱতী সকলক দক্ষতা বিকাশৰ লগতে সংস্থাপন দিয়াৰ বাবে অহৰহ চেষ্টা চলাই আহিছে ।


Body:এই অনুষ্ঠানত বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে মন্ত্যব দক্ষতা বিকাশৰ বাবে আছাম স্কীল ডেভালপমেণ্ট মিছনে বহু আঁচনি হাতত লৈছে লগতে বিগত সময় চোৱাত হাজাৰ হাজাৰ নিবনুৱাক সংস্থাপন দিবলৈ সক্ষম হৈছে। লগতে তেওঁ কয় যে এই দক্ষতা বিকাশ কেন্দ্ৰ সমূহে নিবনুৱা সমস্যা নিবাৰণৰ ক্ষেত্ৰত সহায় কৰি আহিছে আৰু আগলৈয়ো কৰিব। অসমৰ পৰা বহিঃদেশত কাম কৰিবলৈ যোৱা ব্যক্তিৰ সকলো তথ্য লগতে কিমান সংখ্যক বাহিৰলৈ যায় চাকৰিৰ সূত্ৰে এই সকলো প্লেচমেণ্ট এজেন্সি সমূহে তথ্য অসম চৰকাৰক দিব লাগিব ।
Bite:-চন্দ্ৰমোহন পাটোৱাৰী।


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.