ETV Bharat / state

অসম অলিম্পিক সন্থাৰ সভাপতিৰ আসনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Nov 10, 2019, 11:07 PM IST

সভাত অসম অলিম্পিক সন্থাৰ সভাপতিৰূপে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উপসভাপতি ৰূপে কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্যভাৰ গ্ৰহণ কৰে ৷

অসম অলিম্পিক সন্থাৰ শীৰ্ষ পদধাৰীৰ কাৰ্যভাৰ গ্ৰহণ

গুৱাহাটী, 10 নৱেম্বৰঃ গুৱাহাটীৰ নভ’টেল হোটেলত অসম অলিম্পিক সন্থাৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হৈ যায় ৷ দেওবাৰে অনুষ্ঠিত হোৱা এই সভাখনত অসম অলিম্পিক সন্থাৰ সভাপতিৰূপে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উপসভাপতি ৰূপে কাৰ্বি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্যভাৰ গ্ৰহণ কৰে ৷ উক্ত সভাখনত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনিও গ্ৰহণ কৰা হয় ৷

Assam Olympic Association meet at guwahati
অসম অলিম্পিক সন্থাৰ সভা

আজিৰ এই সভাখনত বিশেষ সমিতিৰ অধ্যক্ষ এছ এম বালি, অসম ইলিম্পিক সন্থাৰ উপসভাপতি তথা গ্ৰামোন্নয়ণ মন্ত্ৰী পিযুষ হাজৰিকা, সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, কোষাধ্যক্ষ তপন কুমাৰ দাস, ৰিটাৰ্ণিং অফিচাৰ বিজন মহাজন, ইএম লুণছিং টেৰণ কাছাৰ সাধাৰণ সম্পাদক পংকজ টেৰণ আৰু অসম অলিম্প্ক সন্থাৰ বিভিন্ন বিষয়ববীয়া সকল উপস্থিত থাকে ৷

Assam Olympic Association meet at guwahati
অসম অলিম্পিক সন্থাৰ সভা
Intro:অসম অলিম্পিক সন্থাৰ শীৰ্ষ পদধাৰীৰ কাৰ্যভাৰ গ্ৰহণ ৷

ডিফু, ১০ নৱেম্বৰ:- আজি অসম অলিম্পিক সন্থাৰ এখনি সাধাৰণ সভা গুৱাহাটীৰ নভ'টেল হোটেলত অনুষ্ঠিত হৈ যায় ৷ উক্ত সভাত অসম অলিম্পিক সন্থাৰ সভাপতি ৰূপে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু উপসভাপতি ৰূপে কাৰবি আংলঙৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উপসভাপতি ৰূপে আনুষ্ঠানিক ভাবে কাৰ্যভাৰ গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে ৷ অসমত ক্ৰীড়াৰ উন্নয়ণৰ বাবে বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰে ৷ সভাত বিশেষ সমিতিৰ অধ্যক্ষ এছ এম বালি, অসম ইলিম্পিক সন্থীৰ উপসভাপতি তথা গ্ৰামোন্নয়ণ মন্ত্ৰী পিযুষ হাজৰিকা, সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, কোষাধ্যক্ষ তপন কুমাৰ দাস, ৰিটাৰ্ণিং অফিচাৰ বিজন মহাজন, ইএম লুণছিং টেৰণ কাছাৰ সাধাৰণ সম্পাদক পংকজ টেৰণ আৰু অসম অলিম্প্ক সন্থাৰ বিভিন্ন বিষয়ববীয়া সকল উপস্থিত থাকে ৷

ছাইদুল ইছলাম, ডিফুBody:********Conclusion:*********
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.