ETV Bharat / state

তিনি অসমীয়াক অপহৰণ কৰি নগা দুৰ্বৃত্তৰ নিৰ্মম প্ৰহাৰ

author img

By

Published : Sep 13, 2022, 8:59 PM IST

মৰিয়নিৰ অসম-নগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস ৷ তিনি অসমীয়াক অপহৰণ কৰি নগা দুৰ্বৃত্তৰ নিৰ্মম প্ৰহাৰ (Assamese youth tortured by Naga)

তিনি অসমীয়াক অপহৰণ কৰি নগা দুৰ্বৃত্তৰ নিৰ্মম প্ৰহাৰ
তিনি অসমীয়াক অপহৰণ কৰি নগা দুৰ্বৃত্তৰ নিৰ্মম প্ৰহাৰ

  • মৰিয়নিৰ অসম-নগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস
  • তিনি অসমীয়াক অপহৰণ কৰি নগা দুৰ্বৃত্তৰ নিৰ্মম প্ৰহাৰ(Assamese youth tortured by Naga)
  • নগা দুবৃৰ্ত্তৰ নিমৰ্ম অত্যাচৰৰ বলি বিক্ৰম কন্দ আৰু পিংকু দণ্ডাচী
  • বৰ্তমানেও এজন অসমীয়া যুৱক নগা দুৰ্বৃত্তৰ কবলত
  • নগা দুৰ্বৃত্তৰ কবলত থকা যুৱকজনৰ নাম বৰ্তমানেও জানিব পৰা নাই
  • যুৱকজনৰ ঘৰ চৰাইদেউৰ জিলাৰ গেলেকীত
  • গুৰুতৰভাৱে আহত দুই যুৱকক উদ্ধাৰ কৰিলে চেলেংহাট আৰক্ষীয়ে(Selenghat Police Station)
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.