ETV Bharat / state

Encounter by Assam police: অসম আৰক্ষীৰ গুলীত নিহত বিহাৰৰ ছুপাৰী কিলাৰ মোহন কুমাৰ

author img

By

Published : Dec 12, 2022, 10:56 AM IST

Encounter by Assam police
Encounter by Assam police

লামডিঙৰ তৰুণ চক্ৰৱৰ্তীলৈ গুলীচলনা কৰা ছুপাৰী কিলাৰক হত্যা (Supari Killer killed in encounter) ৷ আৰক্ষীৰ গুলীত নিহত বিহাৰৰ মোহন কুমাৰ নামৰ ছুপাৰী কিলাৰটো ৷ শুকুৰবাৰে তৰুণ চক্ৰৱৰ্তী নামৰ ৰেলৱে’ বিভাগৰ প্ৰাক্তন কৰ্মচাৰীজনক গুলীয়াইছিল মোহন কুমাৰে (Firing at Lumding) ৷

  • লামডিঙত নিশা আৰক্ষীৰ গুলীচালনা (Police firing at Lumding)
  • এজন অপৰাধীলৈ লক্ষ্য কৰি গুলী আৰক্ষীৰ
  • লামডিঙৰ তৰুণ চক্ৰৱৰ্তীলৈ গুলীচলনা কৰা ছুপাৰী কিলাৰক হত্যা (Professional killer from Bihar killed)
  • আৰক্ষীৰ গুলীত নিহত বিহাৰৰ মোহন কুমাৰ নামৰ ছুপাৰী কিলাৰটো
  • শুকুৰবাৰে তৰুণ চক্ৰবৰ্তী নামৰ ৰেলৱে’ বিভাগৰ প্ৰাক্তন কৰ্মচাৰীজনক গুলীয়াইছিল মোহন কুমাৰে
  • দুটাকৈ গুলী লাগিছিল লোকজনৰ গাত (Firing at Lumding)
  • আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছিল ভয়ংকৰ তথ্য
  • পৰিয়ালৰ মানুহেই তৰুণ চক্ৰবৰ্তীক গুলীয়াবলৈ ছুপাৰী দিছিল বিহাৰৰ মোহন কুমাৰক
  • সেই অনুসৰিয়েই লোকজনক হত্যা কৰাৰ উদ্দেশ্য গুলী চলাইছিল মোহনে
  • এই ঘটনাৰ তদন্তৰ মাজতে গ্ৰেপ্তাৰ হৈছিল মোহন
  • ঘটনা সংঘটিত কৰি শনিবাৰে ৰেলেৰে পলায়ন কৰা মোহনক গ্ৰেপ্তাৰ কৰিছিল নিউ বঙাইগাঁও ৰে’ল আৰক্ষীয়ে
  • কিন্তু নিশা অভিযান কালত পালয়নৰ চেষ্টা কৰাত মোহনক গুলীয়াবলৈ বাধ্য হয় আৰক্ষী
  • লুকুৱাই থোৱা অস্ত্ৰ দেখুৱাবলৈ মোহনক লগত লৈ গৈছিল আৰক্ষীয়ে
  • কিন্তু অভিযানৰ মাজতে আৰক্ষীলৈ গুলীচালনা কৰাত প্ৰত্যুত্তৰ দিয়ে আৰক্ষীয়ে (Supari Killer killed in encounter)
  • আৰক্ষীৰ গুলীত আহত মোহনক চিকিৎসকে পাচত মৃত ঘোষণা কৰে
  • আৰক্ষীয়ে জব্দ কৰিছে দুটা হস্তনিৰ্মিত বন্দুক, এটা পিস্তল আৰু গুলী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.