ETV Bharat / state

হাইলাকান্দিত ৰাজপথত নামিল ৰন্ধন কৰ্মী

author img

By

Published : Jul 25, 2019, 11:13 PM IST

হাইলাকান্দিত ৰাজপথত নামিল ৰন্ধন কৰ্মী

ৰাজ্যৰ প্ৰতিখন জিলাৰ লগত হাইলাকান্দিতো ৰন্ধন কৰ্মীসকলে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

হাইলাকান্দি,25 জুলাইঃ ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে হাইলাকান্দিত আজি ৰন্ধন কৰ্মী সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৰন্ধন কৰ্মীসকলৰ 4 টা মূল দাবী কাৰ্যকৰণৰ দাবীত প্ৰতিবাদত নামে শতাধিক ৰন্ধন কৰ্মীয়ে ৷ হাইলাকান্দি ষ্টেচন ৰোডৰ পৰা ওলোৱা সমদলটো বাটা চৌমাথা হৈ পুৰাতন হাস্পতাল ৰোড,কালীবাড়ী ৰোড হৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ কাৰ্যালয়টো ঘেৰাও কৰে ৷ প্ৰতিবাদকাৰীসকলে "এনজি হতাও মিড ডে মিল বাচাও" আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । জিলা শিক্ষা বিভাগৰ অধীনত 'মিড ডে মিল' কাৰ্যকৰী কৰা আৰু প্ৰতি মাহৰ দৰমহা নিয়মিতভাৱে প্ৰদান কৰা, দৰমহা ১০০০ টকাৰ পৰিবৰ্তে ৩০০০ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ লগতে ৰন্ধন কৰ্মীৰ পেঞ্চন আৰু চিকিৎসা সেৱা প্ৰদানৰো দাবী তোলে প্ৰতিবাদকাৰীসকলে ৷

হাইলাকান্দিত ৰাজপথত নামিল ৰন্ধন কৰ্মী
Intro:Slug:-হাইলাকান্দিত ৰন্ধন কৰ্মী সকলৰ প্ৰতিবাদ।


Body:O/C:-ৰাজ্যৰ প্ৰতিটি জিলাৰ লগত হাইলাকান্দিত ও ৰন্ধন কৰ্মী সকলৰ প্ৰতিবাদ।৪ দফা দাবিত প্ৰতিবাদ হাইলাকান্দি ৰন্ধন কৰ্মীৰ । আজি হাইলাকান্দি ষ্টেশন ৰোডৰ পৰা এক সমদল উলোৱায় বাটা চৌমাথা হৈ পুৰাতন হাসপাতাল ৰোড,কালীবাড়ি ৰোড হৈ জিলা শাসকৰ কাৰ্যালয় ঘেৰাও কৰি এনজি হতাও মিড ডে মিল বাঁচাও আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।তেওলোকৰ দাবী জিলা শিক্ষা বিভাগৰ অধীনত মিড ডে মিল চলোৱাই নিয়াৰ আৰু প্ৰতি মাহৰ দৰমহা প্ৰধান কৰা,দৰমহা ১০০০ টকাৰ পৰিবৰ্তে ৩০০০ হজাৰ টকা বৃদ্ধি কৰাৰ দাবি আৰু ৰন্ধন কৰ্মীৰ পেনশন আৰু চিকিৎসা সেবাৰ দাবিত প্ৰতিবাদ সাব্যস্ত কৰে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.