ETV Bharat / state

গোলাঘাটৰ নীৰদা দাসলৈ চেনীমাই দাস বঁটা

author img

By

Published : Jun 24, 2019, 6:43 PM IST

গোলাঘাটৰ নীৰদা দাসলৈ চেনীমাই দাস বঁটা

সাংস্কৃতিক ক্ষেত্ৰত যোগোৱা অৰিহণাৰ বাবে নীৰদা দাসক প্ৰদান কৰা হয় এই বঁটা ৷

গোলাঘাট, 24 জুন : গোলাঘাট জিলা বিহু সুৰক্ষা সমিতি অসমৰ ৰাজ্যিক পৰ্যায়ৰ চেনীমাই দাস বঁটা প্ৰদান । গোলাঘাট বিহু সুৰক্ষা সমিতিৰ সদস্যা নীৰদা বৰাক প্ৰদান কৰা হয় 2019 বৰ্ষৰ চেনীমাই দাস বঁটা ৷

এসময়ৰ লতাশিল খেলপথাৰৰ বিহু কুঁৱৰী, ভ্ৰাম্যমাণত অভিনয় বিভিন্ন কথাছবিত অভিনয় কৰা ,সাংস্কৃতিক ক্ষেত্ৰত যোগান ধৰি অহা অৰিহণাৰ বাবে নীৰদা দাসক প্ৰদান কৰা হয় এই বঁটা ৷ গোলাঘাট 2 নং শিয়ালাখাটীত গোলাঘাট জিলা বিহু সুৰক্ষা সমিতিৰ প্ৰথম কাৰ্যনিৰ্বাহক আৰু সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটা ৷

গোলাঘাটৰ নীৰদা দাসলৈ চেনীমাই দাস বঁটা
Intro:গোলাঘাট জিলা বিহু সুৰক্ষা সমিতি , অসমৰ ৰাজ্যিক পৰ্যায়ৰ চেনীমাই দাস বটাঁ প্ৰদান । 2019 বৰ্ষৰ এই বটাঁ তি প্ৰদান গোলাঘাট বিহু সুৰক্ষা সমিতিৰ সদস্য নীৰদা বৰাক প্ৰদান কৰা হয় । সমাজক সাংস্কৃতিক দিশত অৰিহনা যোগায় আগুৱাই লৈ যোৱা ব্যক্তি সকলক এই প্ৰদান কৰা হয়। এসময়ৰ লতাশীল খেলপথাৰৰ বিহু কুৱৰী , ভ্ৰাম্যমাণত অভিনয় , বিভিন্ন কথাছবিত অভিনয় কৰা , সাংস্কৃতিক অৰিহনা যোগোৱা নীৰদা বৰাক প্ৰদান কৰে । গোলাঘাট 2 নং শিয়ালাখাটীত গোলাঘাট জিলা বিহু সুৰক্ষা সমিতি প্ৰথম কাৰ্যনিৰ্বাহক আৰু সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত এই বটাঁ প্ৰদান কৰে । বটাঁ গ্ৰহণ কৰি নীৰদা বৰা চকুপানীৰে উচুপি উঠে । বটাঁ প্ৰাপক নীৰদা বৰাক অনুষ্ঠানত বিভিন্ন জনে সম্বৰ্ধনা , শুভেচ্ছা জ্ঞাপন কৰে ।Body:Byte 1 : আয়োজক
Byte 2 : নীৰদা বৰা Conclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি etv Bharat, অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.