ETV Bharat / state

গোলাঘাটৰ ১ নং কোৱানীত নৃশংস হত্যাকাণ্ড

author img

By

Published : Sep 1, 2022, 11:37 AM IST

Updated : Sep 1, 2022, 12:48 PM IST

গোলাঘাটৰ ১ নং কোৱানীত নৃশংস হত্যাকাণ্ড (Murder Case in Golaghat) ৷ আৰৱেল কেৰ্কেটা নামৰ এজন লোকক প্ৰথমে প্ৰহাৰ আৰু তাৰ পাছত ডিঙি চেপি হত্যা ৷ হত্যাৰ অভিযোগত আটক গৌতম বিশ্বাস নামৰ এজন লোকক ৷ আটকাধীন গৌতম বিশ্বাস মৃত লোকজনৰ সতীৰ্থ বুলি জানিব পৰা গৈছে ৷

Brutal murder in Golaghat
গোলাঘাটৰ ১ নং কোৱানীত নৃশংস হত্যাকাণ্ড

  • গোলাঘাটৰ ১ নং কোৱানীত নৃশংস হত্যাকাণ্ড (Murder Case in Golaghat)
  • আৰৱেল কেৰ্কেটা নামৰ এজন লোকক প্ৰথমে প্ৰহাৰ আৰু তাৰ পাছত ডিঙি চেপি হত্যা
  • হত্যাৰ অভিযোগত আটক গৌতম বিশ্বাস নামৰ এজন লোকক
  • আটকাধীন গৌতম বিশ্বাস মৃত লোকজনৰ সতীৰ্থ বুলি জানিব পৰা গৈছে
  • হত্যাৰ পিছত হত্যাকাৰীয়ে স্কুটিৰে পেলাই থৈ গৈছিল ডাকঘৰ চাৰি আলিৰ কোৱানী সংযোগী পথত
  • ঘটনাস্থলীত বগীজান আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে
  • ইফালে ধনৰ লেনদেনৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ স্থানীয় লোকৰ
    গোলাঘাটৰ ১ নং কোৱানীত নৃশংস হত্যাকাণ্ড
Last Updated :Sep 1, 2022, 12:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.