ETV Bharat / state

German tourist detained : ধৰ্মপ্ৰচাৰৰ অভিযোগত কাজিৰঙাত জাৰ্মান পৰ্যটকক আটক

author img

By

Published : Oct 29, 2022, 9:17 AM IST

হঠাৎ কাজিৰঙাৰ এটা ব্যক্তিগত পৰ্যটন নিবাসত চলিল আৰক্ষীৰ অভিযান (Police raid at tourist lodge in Kaziranga) ৷ এই অভিযানত সাতজনকৈ জাৰ্মান পৰ্যটকক আৰক্ষীয়ে জেৰা কৰি আছে ৷ অভিযোগ অনুসৰি, পৰ্যটকৰ দলটোৱে পৰ্যটনৰ ভিছাৰে আহি ধৰ্মপ্ৰচাৰৰ চলাইছিল ৷

German tourist detained
ধৰ্মপ্ৰচাৰৰ অভিযোগত কাজিৰঙাত জাৰ্মান পৰ্যটকক আটক

  • কাজিৰঙাৰ এটা ব্যক্তিগত পৰ্যটন নিবাসত আৰক্ষীৰ অভিযান (Police raid at tourist lodge at Kaziranga)
  • অভিযানত সাতজনকৈ জাৰ্মান পৰ্যটকক আৰক্ষীৰ জেৰা
  • পৰ্যটকৰ দলটোৱে পৰ্যটনৰ ভিছাৰে আহি ধৰ্মপ্ৰচাৰৰ অভিযোগৰ ভিত্তিত চলিছিল অভিযান
  • কাজিৰঙাৰ দাতিকাষৰীয়া কাৰ্বি আংলঙৰ এক অঞ্চলত ধৰ্মপ্ৰচাৰ চলোৱাৰ অভিযোগ (Tourists accused of conducting religious preaching)
  • যোৱা ২৫ অক্টোবৰৰ পৰা পৰ্যটন নিবাসটোত বাহৰ পাতিছিল বিদেশী লোককেইজনে
  • ইতিমধ্যে দলটোক আটক কৰি পৰ্যটন নিবাস চৌহদতে আৱদ্ধ কৰা বুলি জানিব পৰা গৈছে (German tourist detained by Assam police)
    ধৰ্মপ্ৰচাৰৰ অভিযোগত কাজিৰঙাত জাৰ্মান পৰ্যটকক আটক
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.