ETV Bharat / state

গোলাঘাটত পিঞ্জৰাবদ্ধ এটা নাহৰফুটুকী

author img

By

Published : Oct 28, 2019, 11:09 AM IST

Updated : Oct 28, 2019, 12:09 PM IST

গোলাঘাটত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

গোলাঘাটত পিঞ্জৰাবদ্ধ হ'ল এটা নাহৰফুটুকী ৷ অঞ্চলটোত বহু সময়ৰ পৰা ৰাইজৰ হাঁহ,কুকুৰা,গাহৰি,গৰু,ছাগলী আদি ভক্ষণ কৰি আহিছিল পিঞ্জৰাবদ্ধ বাঘটোৱে ।

গোলাঘাট,28 অক্টোবৰ : গোলাঘাটৰ চেলেঙী জাপিসজীয়া গাঁৱত পিঞ্জৰাবদ্ধ হ'ল এটা নাহৰফুটুকী। বন বিভাগৰ সহযোগত ৰাইজে স্থাপন কৰা পিঞ্জৰাত আবদ্ধ হয় বাঘটো। দীৰ্ঘদিনৰ পৰা চেলেঙী,বগৰীজেং,জাপিসজীয়া গাঁৱত সন্ত্ৰাস চলাই আহিছিল এই বাঘটোৱে।

বন বিভাগৰ সহযোগত ৰাইজে আবদ্ধ কৰিলে বাঘটো
গোলাঘাটত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

অঞ্চলটোৰ ৰাইজৰ হাঁহ,কুকুৰা,গাহৰি,গৰু,ছাগলী আদি ভক্ষণ কৰি আহিছিল পিঞ্জৰাবদ্ধ নাহৰফুটুকীটোৱে। অঞ্চলটোত আৰু বহুকেইটা নাহৰফুটুকী থকা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

গোলাঘাটত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

লগতে চাওকঃ জাতিংগা নৈত উটি গ'ল তিনিখন ট্ৰাক,নগাঁৱত ভয়াৱহ ৰূপত কপিলী

Intro:গোলাঘাটৰ চেলেঙী জাপিসজীয়া গাঁৱত বাঘ পিঞ্জৰাবদ্ধ । নিশা পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী । বন বিভাগৰ সহযোগত ৰাইজে স্থাপন কৰা পিঞ্জৰাত আবদ্ধ হয় বাঘটো । দীৰ্ঘদিনৰ পৰা চেলেঙী, বগৰীজেং, জাপিসজীয়া গাঁৱত সন্ত্ৰাস চলাই আছিল বাঘে । অঞ্চলটোৰ ৰাইজৰ হাঁহ,কুকুৰা,গাহৰি, গৰু, ছাগলী আদি ভক্ষণ কৰি আহিছিল। পিঞ্জৰাবদ্ধ হোৱা বাঘ চাবলৈ পূৱাৰে পৰা বহু লোকৰ ভিৰ হয় । অঞ্চলটোত আৰু বহুকেইটা বাঘ থকা বুলি সন্দেহ স্থানীয় ৰাইজৰ । Body:Byte 1 :2: স্থানীয় বাসীন্দা
Byte 3 : স্থানীয় মহিলা
Conclusion:গোলাঘাট পৰা চামিম আলি etv Bharat , অসম
Last Updated :Oct 28, 2019, 12:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.