ETV Bharat / state

ডিমা হাছাওৰ বানত উটি মৃত্যু যুৱকৰ

author img

By

Published : Jul 12, 2019, 11:36 PM IST

ডিমা হাছাওৰ মাহুৰ নৈৰ বানত উটি মৃত্যু যুৱকৰ

ৰাজ্যত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত অধিক জটিল হৈ পৰিছে পাহাৰীয়া জিলাখনৰ বান পৰিস্থিতি ৷

ডিমা হাছাও, ১২ জুলাইঃ

ডিমা হাছাও জিলাত হৰপা বানত এজনৰ মৃত্যু

প্ৰচণ্ড বৰুষণৰ ফলত জিলাৰ বিভিন্ন ঠাইত ভূমিস্খলন

মাহুৰ নৈত হৰপা বানত উটি গ'ল এজন যুৱক

বানত উটিযোৱা যুৱকজনৰ নাম বিজিত লাংথাচা (২৮)

আজি উদ্ধাৰ কৰা হয় যুৱজনৰ মৃতদেহ

Intro:ডিমা হাছাও ১২ জুলাই: ডিমা হাছাও জিলাত হৰপা বানত এজন যুৱকৰ মৃত্যু। আৰু প্ৰচণ্ড বৰুষণৰ ফলত জিলাৰ বিভিন্ন ঠাইত ভূমিস্খলন।Body:মাহুৰ নৈত হৰপা বানত বিজিত লাংথাচা নামৰ ২৮ বছৰীয়া এজন যুৱকক উঠাই লৈ যায়। ফাইডিং গাঁওৰ যুৱজনৰ মৃতদেহ আজি উদ্ধাৰ কৰা হয় মাহুৰ নৈৰ পৰা।Conclusion:ইফালে প্ৰচণ্ড বৰুষণৰ ফলত ডিমা হাছাও জিলাৰ বিভিন্ন ঠাইত ভূমিস্খলনৰ ফলত যোগাযোগ বিছিন্ন হৈ প্ৰচণ্ড দুৰ্ভোগত পৰিব লগা হৈছে ৰাইজক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.