ETV Bharat / state

Ragging in Dibrugarh University: মুখ্যমন্ত্ৰীৰ টুইটৰ পিছতে আটক চাৰি জেষ্ঠ অভিযুক্ত ছাত্ৰ

author img

By

Published : Nov 28, 2022, 8:42 AM IST

Updated : Nov 28, 2022, 10:13 AM IST

Students arrested in connection with ragging at Dibrugarh University
মুখ্যমন্ত্ৰীৰ টুইটৰ পিছতে আটক চাৰিজন জেষ্ঠ অভিযুক্ত ছাত্ৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ ভয়ানক কাণ্ড ৷ জেষ্ঠ ছাত্ৰৰ প্ৰহাৰত চিকিৎসাধীন এজন ৷ এই ঘটনাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে টুইট ৷ দোষীক কৰায়ত্ব কৰাৰ লগতে আহত ছাত্ৰজনক উপযুক্ত চিকিৎসাৰ নিৰ্দেশ ৷ ইয়াৰ পিছতে ডিব্ৰুগড় আৰক্ষীয়ে নিশাই আটক কৰিলে চাৰিজন জেষ্ঠ ছাত্ৰক ৷

  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিঙৰ ভয়ানক কাণ্ড(Dibrugarh University ragging incident)
  • জেষ্ঠ ছাত্ৰৰ প্ৰহাৰত চিকিৎসাধীন এজন
  • এই ঘটনাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে টুইট
    • It has come to notice that a Dibrugarh University student is hurt in an alleged case of ragging. Close watch maintained & followup action coordinated with district admn. Efforts on to nab the accused, victim being provided medical care.
      Appeal to students, say NO to Ragging.

      — Himanta Biswa Sarma (@himantabiswa) November 27, 2022 " class="align-text-top noRightClick twitterSection" data=" ">
  • দোষীক কৰায়ত্ব কৰাৰ লগতে আহত ছাত্ৰজনক উপযুক্ত চিকিৎসাৰ নিৰ্দেশ
  • ইয়াৰ পিছতে ডিব্ৰুগড় আৰক্ষীয়ে নিশাই আটক কৰিলে চাৰিজন জেষ্ঠ ছাত্ৰক(Senior Students arrested)
  • ধৃত ছাত্ৰ তিনিজন ক্ৰমে প্ৰাণজিৎ বৰুৱা, নিৰঞ্জন ঠাকুৰ, সীমান্ত হাজৰিকা আৰু গোলাপ ডেকা
    students-arrested-in-connection-with-ragging-at-dibrugarh-university
    মুখ্যমন্ত্ৰীৰ টুইটৰ পিছতে আটক চাৰি জেষ্ঠ অভিযুক্ত ছাত্ৰ
  • সমগ্ৰ ঘটনাক লৈ বিশ্ববিদ্যালয় কতৃপক্ষ নিৰৱ হৈ থকাৰ অভিযোগ
  • ৰেগিং কাণ্ডত আৰু বহু ছাত্ৰ জড়িত থকাৰ সন্দেহ
  • উল্লেখ, বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসত দেওবাৰে সংঘটিত হৈছিল ৰেগিঙৰ ঘটনা
  • জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছিল বাণিজ্য বিভাগৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ আনন্দ শৰ্মা
Last Updated :Nov 28, 2022, 10:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.