ETV Bharat / state

Truck Accident in Jonai: জোনাইত পথ দুৰ্ঘটনা

author img

By

Published : Oct 26, 2022, 8:55 AM IST

Road Accident in Jonai
জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা

জোনাইত পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত আহত চালক আৰু হেণ্ডিমেন (Truck Accident in Jonai)৷ মংগলবাৰৰ নিশা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তিনি আলিস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

  • জোনাইত পথ দুৰ্ঘটনা
  • দুৰ্ঘটনাত আহত চালক আৰু হেণ্ডিমেন
  • মংগলবাৰৰ নিশা জোনাই ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো
  • অৰুণাচলৰ টুটিং অভিমুখে ৰাওনা হৈছিল ইটা ভৰ্তি এখন ছয়চকীয়া ট্ৰাক
  • হঠাৎ যান্ত্ৰিক বিজুতিৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বাগৰি পৰে ট্ৰাকখন
  • ট্ৰাকখন বাগৰি পৰাৰ ফলত ভাগিলে পথৰ কাষত থকা বিজুলী খুঁটা (Truck Accident in Jonai)
  • দুৰ্ঘটনাটোত আহত চালক আৰু হেণ্ডিমেনক জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি
  • জোনাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বুজ ললে ঘটনাৰ
  • বিজুলী খুঁটা ভঙাৰ ফলত জোনাইৰ কেইবাটাও স্থানত ব্যাহত হয় বিদ্যুৎ সেৱা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.