ETV Bharat / state

সোণাৰিত গ্ৰেণেডসহ এজন নগা যুৱক আটক

author img

By

Published : May 13, 2021, 11:58 AM IST

বৃহস্পতিবাৰে সোণাৰিত গ্ৰেণেডসহ আটক এজন নগা যুৱক । ভাৰতীয় সেনাৰ তহলদাৰী গোটে নামতোলাত আটক কৰে যুৱকজনক ৷ যুৱকজনক জেৰা কৰি আৰক্ষীৰ সোধ-পোচ আৰম্ভ ৷

naga-youth-arrested-with-grenade
গ্ৰেণেডসহ নগা যুৱক আটক

মৰাণ,13 মে’ : ক’ভিড ভয়াৱহতাৰ মাজতে বৃহস্পতিবাৰে সোণাৰিত গ্ৰেণেডসহ আটক হৈছে এজন নগা যুৱক । সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলাত আটক কৰা হৈছে যুৱকজনক ।

ভাৰতীয় সেনাৰ তহলদাৰী গোটে আটক কৰে ইয়াংকাপ কন্যাক নামৰ যুৱকজনক । আটকাধীন যুৱকজনৰ ঘৰ নাগালেণ্ডৰ মন জিলাৰ লাপা লংপুঙত বুলি জানিব পৰা গৈছে । সম্প্ৰতি যুৱকজনক সোধ-পোচ আৰম্ভ কৰিছে নামতোলা আৰক্ষীয়ে ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে মাজুলী ভ্ৰমণ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.