ETV Bharat / state

নাহৰকটীয়াৰ বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱস উদযাপন

author img

By

Published : Aug 15, 2020, 10:20 PM IST

নাহৰকটীয়া সমষ্টিৰ নৱ স্থাপিত মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত মহকুমা ন্যায়িক দণ্ডাধীশ জুৰি দত্তই পতাকা উত্তোলন কৰাৰ সমান্তৰালকৈ নাহৰকটীয়া সমষ্টিৰ বিধায়ক নৰেন সোণোৱালেও অসম গণ পৰিষদ দলৰ নাহৰকটীয়া সমষ্টিৰ কাৰ্যালয়ত উত্তোলন কৰে পতাকা ৷

নাহৰকটীয়াৰ বিভিন্ন প্ৰান্তত ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন
নাহৰকটীয়াৰ বিভিন্ন প্ৰান্তত ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন

নাহৰকটীয়া, 15 আগষ্টঃ কৰ'ণা মহামাৰীয়ে দেশখনত সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজতো সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আজি নাহৰকটীয়া সমষ্টিৰো বিভিন্ন প্ৰান্তত প্ৰতিবাৰৰ দৰেই উদযাপন কৰা হৈ দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস ৷ উল্লেখ্য যে, নাহৰকটীয়া সমষ্টিৰ নৱ স্থাপিত মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত মহকুমা ন্যায়িক দণ্ডাধীশ জুৰি দত্তই পতাকা উত্তোলন কৰাৰ সমান্তৰালকৈ নাহৰকটীয়া সমষ্টিৰ বিধায়ক নৰেন সোণোৱালেও অসম গণ পৰিষদ দলৰ নাহৰকটীয়া সমষ্টিৰ কাৰ্যালয়ত উত্তোলন কৰে পতাকা ৷

নাহৰকটীয়াৰ বিভিন্ন প্ৰান্তত ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন
নাহৰকটীয়াৰ বিভিন্ন প্ৰান্তত ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন
নাহৰকটীয়াৰ বিভিন্ন প্ৰান্তত ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন
নাহৰকটীয়াৰ বিভিন্ন প্ৰান্তত ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন

ইফালে নামৰূপস্থিত অসমৰ দুটাকৈ আগশাৰীৰ ঔদ্যোগিক প্ৰতিষ্ঠান ক্ৰমে ব্ৰক্ষ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেড আৰু অসম পেট্ৰ’-কেমিকেল লিমিটেডটো উদযাপন কৰে ৭৪তম স্বাধীনতা দিৱস ৷ পৃথকে পৃথকে অনুষ্ঠিত স্বাধীনতা দিৱসৰ অনুস্থানত উদ্যোগ দুটাৰ পৰিচালক সঞ্চালকে পতাকা উত্তোলন কৰে ৷

নাহৰকটীয়াৰ বিভিন্ন প্ৰান্তত ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন
নাহৰকটীয়াৰ বিভিন্ন প্ৰান্তত ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন
নাহৰকটীয়াৰ বিভিন্ন প্ৰান্তত ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন
নাহৰকটীয়াৰ বিভিন্ন প্ৰান্তত ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন

লগতে পঢ়কঃ সাংসদৰ চকীৰ মোহ এৰিব নোৱাৰা এগৰাকী প্ৰাক্তন সাংসদ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.