ETV Bharat / state

DU Ragging Case: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকক ছাত্ৰাৱাসৰ পৰা বহিষ্কাৰ

author img

By

Published : Dec 27, 2022, 7:41 PM IST

DU ragginag
DU ragginag

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকক ছাত্ৰাৱাসৰ পৰা বহিষ্কাৰ (DU general secretary expelled from hostel) । সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংবিৰোধী কমিটীয়ে বহিষ্কাৰ কৰে (DU GS Ujjwal Ankur Bora expelled from hostel) । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ ভুক্তভোগী (DU ragging case) আনন্দ শৰ্মাই ৰেগিংকাণ্ডত উজ্জ্বল অংকুৰ বৰা জড়িত থকাৰ কথা উল্লেখ কৰিছিল ।

  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকক ছাত্ৰাৱাসৰ পৰা বহিষ্কাৰ (DU general secretary expelled from hostel) ।
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিংকাণ্ডৰ তদন্ত অব্যাহত ৰেগিংবিৰোধী কমিটীৰ (Anti ragging committee of DU) ।
  • সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাক বহিষ্কাৰ ৰেগিংবিৰোধী কমিটীৰ (DU GS Ujjwal Ankur Bora expelled from hostel) ।
  • পদ্মনাথ গোঁহাইবৰুৱা ছাত্ৰাৱাসৰ আৱাসী আছিল উজ্জ্বল অংকুৰ ।
  • ৰেগিংকাণ্ডত নাম সাঙোৰ খাইছিল সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাৰ ।
  • ৰাজ্য কঁপোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ ভুক্তভোগী আছিল আনন্দ শৰ্মা (DU ragging case) ।
  • আনন্দ শৰ্মাই ৰেগিংকাণ্ডত উজ্জ্বল অংকুৰ বৰা জড়িত থকাৰ কথা উল্লেখ কৰিছিল ।
  • বিগত ২৭ নৱেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হৈছিল ভয়ংকৰ ৰেগিংকাণ্ড ।
  • ৰেগিংকাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মা ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিংহোমত চিকিৎসাধীন হৈ আছে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.