ETV Bharat / state

ধেমাজিত জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন

author img

By

Published : Jan 26, 2021, 5:25 PM IST

ধেমাজিত জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন
ধেমাজিত জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন

ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত ৭২ সংখ্যক গণৰাজ্য দিৱসটি উলহ মালহেৰে উদ‌যাপন কৰা হয় ৷ জিলা উপাযুক্ত নৰসিং পাৱাৰে ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰৰ ছহীদৰ প্ৰতিমূৰ্তিত আৰু কাছাৰী ময়দানৰ সন্মুখত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে ৷

ধেমাজি , ২৬ জানুৱাৰী : ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত ৭২ সংখ্যক গণৰাজ্য দিৱস উলহ মালহেৰে উদ‌যাপন কৰা হয় ৷ পুৱা দেশ প্ৰেমমূলক গীতেৰে আৰম্ভ কৰাৰ পিছত জিলা উপাযুক্ত নৰসিং পাৱাৰে ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰৰ ছহীদৰ প্ৰতিমূৰ্তিত আৰু কাছাৰী ময়দানৰ সন্মুখত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে ৷

ধেমাজিত জিলা প্ৰশাসনৰ উদ্যোগত গণৰাজ্য দিৱস উদযাপন

পুৱা ৯ বজাত আনুষ্ঠানিকভাৱে পতাকা উত্তোলন কৰে ধেমাজি জিলা উপায়ুক্ত গৰাকীয়ে ৷ ইয়াৰ পিছতে ধেমাজি কাছাৰী ময়দানৰ পেৰেডত অংশগ্ৰহণ কৰা কুচকাৱাজ দলৰ অভিবাদন গ্ৰহণ কৰে উপায়ুক্তগৰাকীয়ে ৷ পতাকা উত্তোলনৰ পিছতেই জিলাখনত চৰকাৰৰ উন্নয়নমূলক আঁচনি ৰূপায়ণ সন্দৰ্ভত ভাষণ প্ৰদান কৰে উপায়ুক্ত গৰাকীয়ে ৷

লগতে পঢ়ক :বাঘৰবৰীত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.