ETV Bharat / state

Accident in Jonai: পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত প্ৰতিদিন টাইমৰ সাংবাদিক ধীৰাজ মিৰি

author img

By

Published : Dec 28, 2022, 6:37 AM IST

Accident in Jonai
পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত প্ৰতিদিন টাইমৰ সাংবাদিক ধীৰাজ মিৰি

জোনাই ৰাংকপত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত প্ৰতিদিন টাইমৰ সাংবাদিক ধীৰাজ মিৰি ৷ সাংবাদিকগৰাকী ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা ৷ আহত ধীৰাজ মিৰিক স্থানীয়লোকৰ সহযোগত তাৎক্ষণিক ভাৱে চিকিৎসালয়ত ভৰ্তি ৷

  • জোনাইৰ ৰাংকপত ভয়ংকৰ পথ দুৰ্ঘটনা(Road accident in Jonai)
  • দুৰ্ঘটনাত গুৰুতৰ ভাৱে আহত প্ৰতিদিন টাইমৰ সাংবাদিক ধীৰাজ মিৰি(Journalist injured in road accident)
  • সাংবাদিকগৰাকী ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় দুৰ্ঘটনাটো
  • আহত ধীৰাজ মিৰিক স্থানীয় লোকৰ সহযোগত তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি
  • সাংবাদিকগৰাকীৰ স্কুটিত প্ৰচণ্ড জোৰে খুন্দা মাৰে বিপৰীত দিশৰ পৰা আহি থকা এখন চাৰিচকীয়া বাহনে
  • দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS06 H0169
  • ASO3W 1972 নম্বৰৰ স্কুটিখনেৰে ঘৰলৈ উভতিছিল সাংবাদিক ধীৰাজ মিৰি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.