ETV Bharat / state

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৰাইফল উদ্ধাৰ

author img

By

Published : Aug 29, 2019, 4:24 AM IST

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৰাইফল উদ্ধাৰ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৰাইফল উদ্ধাৰ

বনকৰ্মী অহা উমান পাই পলাই পত্ৰং দিলে গড়ঁ চিকাৰীয়ে

ওৰাং,২৯ আগষ্টঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত থ্ৰী নট থ্ৰী ৰাইফল উদ্ধাৰ । এক গোপন সুত্ৰৰ পম খেদি উদ্যান কৰ্তৃপক্ষই জব্দ কৰে ৰাইফলটো । গঁড় চিকাৰৰ উদ্দেশ্যৰে অহা চোৰাং চিকাৰীৰ সম্ভেদ লাভ কৰি উদ্যানখনৰ বন সুৰক্ষা কৰ্মীয়ে উদ্যান খনৰ পাৰ্শ্ববৰ্তী ২নং কছাৰীটোপ ভেটী গাঁৱত অভিযান চলাই যদিও বনকৰ্মী অহা উমান পাই পলাই পত্ৰং দিলে গড়ঁ চিকাৰীয়ে । উক্ত স্থানতে থকা এটা পুখুৰীৰ পৰা মেগজিন সহ থ্ৰী নট থ্ৰী ৰাইফল এটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বনকৰ্মী সকলে । গঁড় চিকাৰৰ সৈতে জড়িত অভিযুক্ত কছাৰীটোপ ভেটি গাঁৱৰ জামাল উদ্দিন বৰ্তমান পলাতক । জামাল উদ্দিনৰ লগতে অন্য চোৰাং চিকাৰী সকলক কৰায়ত্ত কৰিবলৈ বন-বিভাগে অব্যাহত ৰাখিছে অভিযান ।

Intro:Slug.= RIFLE_RECOVER_
BYTE= FOREST OFFICER


:## ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ৰাইফল উদ্ধাৰ।
## পুখুৰীৰ পৰা উদ্ধাৰ হয় থ্ৰী নট থ্ৰী ৰাইফল ।
Body:

দলগাও /২৮ আগষ্ট

ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এক গোপন সুত্ৰৰ পম খেদি উদ্ধাৰ কৰে এটা থ্ৰী নট থ্ৰী ৰাইফল । ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰৰ উদ্দেশ্যৰে অহা চোৰাং চিকাৰীৰ সম্ভেদ লাভ কৰি উদ্যানখনৰ বন সুৰক্ষা কৰ্মীয়ে উদ্যান খনৰ পাৰ্শ্ববৰ্তী ২নং কছাৰীটোপ ভেটী গাঁৱত খাপ পিটি বহি থাকে যদিও গঁড় চিকাৰীয়ে বন-কৰ্মীৰ উমান পাই পলায়ন কৰে । উক্ত স্হানত বন কৰ্মীয়ে তালাচী চলাই পুখুৰীৰ পৰা মেগজিন সহ থ্ৰী নট থ্ৰী ৰাইফল এটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উক্ত কাৰ্যত জড়িত থকা কছাৰীটোপ ভেটি গাঁৱৰ জামাল উদ্দিন বৰ্তমান পলাতক হৈ আছে । Conclusion:। চোৰাং চিকাৰীক কৰায়ত্ব কৰাৰ কাৰনে বন-বিভাগে অভিযান অব্যাহত ৰাখিছে ।

আব্দুল হাকিম
দলগাও ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.