ETV Bharat / state

মঙলদৈত আৰক্ষীৰ জালত বাইক চোৰ

author img

By

Published : Dec 18, 2020, 9:47 PM IST

মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীনবন্ধু ভূঞাই অভিযান চলাই মঙলদৈ চহৰৰ পৰা AS02X- 0968 নম্বৰৰ এখন পালচাৰ বাইক আৰু বহু পৰিমাণৰ বহু সামগ্ৰী জব্দ কৰে ৷

মঙলদৈত আৰক্ষীৰ জালত বাইক চোৰ
মঙলদৈত আৰক্ষীৰ জালত বাইক চোৰ

দৰঙ,18 ডিচেম্বৰঃ মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীনবন্ধু ভূঞাই এক গোপন সূত্ৰৰ পম খেদি মঙলদৈ চহৰৰ পৰা AS02X-0968 নম্বৰৰ এখন পালচাৰ বাইক আৰু বহু পৰিমাণৰ বাইকৰ লক খোলা সামগ্ৰী সহ এটা চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

মঙলদৈত আৰক্ষীৰ জালত বাইক চোৰ
ধৃত চোৰটো বৰপেটা জিলাৰ বাঘ বৰৰ সদাগৰ আলী ( ২০) বুলি জানিবলৈ দিয়ে মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে । বৰ্তমান আৰক্ষীয়ে চোৰটোক সোধ পোছৰ বাবে মঙলদৈ সদৰ থানাত ৰাখিছে ।লগতে পঢ়কঃ গীৰ্জা ভঙা কাণ্ডত দোষী সাব্যস্ত মাজুলীৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.