ETV Bharat / state

ভোট গণনা কেনেকৈ কৰিব ?

author img

By

Published : May 15, 2019, 5:51 PM IST

Chirang

চিদলী বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে ব্যৱস্থা কৰা হৈছে এই প্ৰশিক্ষণৰ ৷ 23 মে'ত 20 ৰাউণ্ডত 14 খন টেবুলত 269 টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে অনুষ্টিত হ'ব ভোটগণনা । চিৰাং জিলা সদৰ কাজলগাঁওৰ উপেন্দ্ৰনাথ ব্ৰহ্ম কলেজত অনুষ্টিত হ'ব ভোটগণনা ।

চিৰাং,15 মে': চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰদান কৰা হয় ভোট গণনা প্ৰক্ৰিয়াৰ প্ৰশিক্ষণ ৷ দিনৰ 11 বজাৰ পৰা চিৰাং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত দায়িত্ববাহী বিষয়াসকলক প্ৰদান কৰা হয় প্ৰশিক্ষণ ৷ চিদলী বিধান সভা সমষ্টিৰ ভোটগণনাৰ বাবে ব্যৱস্থা কৰা হৈছে এই প্ৰশিক্ষণৰ ৷ 23 মে'ত 20 ৰাউণ্ডত 14 খন টেবুলত 269 টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে অনুষ্টিত হ'ব ভোটগণনা।

চিৰাঙৰ ভোটগ্ৰণনা প্ৰক্ৰিয়াৰ প্ৰশিক্ষণ

লগতে পঢ়ক : বিধায়ক আজিজ আহমেদ খানৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ

চিৰাং জিলা সদৰ কাজলগাঁওৰ উপেন্দ্ৰনাথ ব্ৰহ্ম কলেজত অনুষ্টিত হ'ব ভোটগণনা। বুধবাৰে এই প্ৰশিক্ষণত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকে চিদলী খণ্ড উন্নয়নৰ কনিষ্ঠ অভিযন্তা মহিবুৰ ৰহমান চৌধুৰীৰ লগতে চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰ। জিলা উপায়ুক্তজনে ভোটগণনা সন্দৰ্ভত বিতং ব‍াখ্যা আগবঢ়ায়।

Intro:চিৰাং জিলা উপায়ুক্তৰ কাৰ্য‍্যালয়ত অনুষ্টিত হয় ভোট গণনাত থাকিব লগীয়া বিষয়া কৰ্মচাৰী সকলৰ প্ৰশিক্ষণ । দিনৰ ১১ বজাৰ পৰা চিৰাং জিলা উপায়ুক্তৰ কাৰ্য‍্যালয়ৰ সভাকক্ষত আয়োজিত এই প্ৰশিক্ষন কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিৰাং জিলাৰ চিদলী বিধান সভা সমষ্টিৰ ভোটগণনাৰ বাবে এই প্ৰশিক্ষণৰ ব‍্যৱস্থা কৰিছে । ২৬৯ টা ভোটগ্ৰহন কেন্দ্ৰৰ ভোটগণনা ২০ ৰাউণ্ডত ১৪ টা টেবুলত অহা ২৩ মে ৰাতিপুৱা ৭ বজাৰ পৰা অনুষ্টিত হব । এই ভোটগণনাত ১৪ জন চুপাৰ ভাইজাৰ আৰু ১৪ জন সহকাৰী ভোটগণনাকাৰী থাকিব তাৰে ২০ শতাংশ ৰিজাৰ্ভ থাকিব,মাইক্ৰ অবজাৰ্ভাৰ থাকঘব ২০ জন । চিৰাং জিলা সদৰ কাজলগাঁওৰ উপেন্দ্ৰনাথ ব্ৰহ্ম কলেজত অনুষ্টিত হব ভোটগণনা। আজি এই প্ৰশিক্ষণত মুখ‍্য প্ৰশিক্ষক হিচাবে উপস্থিত থাকে চিদলী খণ্ড উন্নয়নৰ কনিষ্ঠ অভিযন্তা মহিবুৰ ৰহমান চৌধুৰী লগতে চিৰাং জিলা উপায়ুক্ত গৌতম তালুকদাৰ । জিলা উপায়ুক্ত জনে ভোটগণনা সন্দৰ্ভত বিতং ব‍্যাখ‍্যা আগবঢ়ায়।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।


Body:বাইট লোৱা নাই


Conclusion:ভোটগণনাৰ প্ৰশিক্ষন ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.