ETV Bharat / state

১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ চিৰাঙত মিশ্ৰিত

author img

By

Published : Sep 12, 2019, 10:11 AM IST

Updated : Sep 12, 2019, 11:57 AM IST

১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ চিৰাঙত মিশ্ৰিত

সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনীয়ে আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ চিৰাং জিলাত মিশ্ৰিত ৷

  • ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ চিৰাং জিলাত মিশ্ৰিত।
  • জিলাখনৰ ঠায়ে ঠায়ে বন্ধৰ প্ৰভাৱ পৰাৰ বিপৰীতে অধিকাংশ ঠাইত বন্ধৰ কোনো প্ৰভাৱ পৰিলক্ষিত হোৱা নাই
  • এন আৰ চিত কোঁচ ৰাজবংশী লোকৰ নাম বাদ পৰাৰ প্ৰতিবাদত আহ্বান জনাইছিল বন্ধৰ
  • খোলা আছে দোকান বজাৰ।
    ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ চিৰাঙত মিশ্ৰিত
Intro:১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ চিৰাং জিলাত মিশ্ৰত ।
জিলাখনৰ ঠায়ে ঠায়ে বন্ধৰ প্ৰভাৱ পৰাৰ বিপৰিতে অধিকংশ ঠাইত বন্ধৰ কোনো প্ৰভাৱ পৰিলক্ষিত হোৱা নাই । বিজনীত পৰিলক্ষিত হল বন্ধ। সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনীয়ে এন আৰ চিত কোঁচ ৰাজবংশী লোকৰ নাম বাদ পৰাৰ প্ৰতিবাদত আহ্বান জনাইছিল বন্ধৰ ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।


Body:১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ চিৰাং জিলাত মিশ্ৰত ।
জিলাখনৰ ঠায়ে ঠায়ে বন্ধৰ প্ৰভাৱ পৰাৰ বিপৰিতে অধিকংশ ঠাইত বন্ধৰ কোনো প্ৰভাৱ পৰিলক্ষিত হোৱা নাই । বিজনীত পৰিলক্ষিত হল বন্ধ। সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনীয়ে এন আৰ চিত কোঁচ ৰাজবংশী লোকৰ নাম বাদ পৰাৰ প্ৰতিবাদত আহ্বান জনাইছিল বন্ধৰ ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।


Conclusion:১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ চিৰাং জিলাত মিশ্ৰত ।
জিলাখনৰ ঠায়ে ঠায়ে বন্ধৰ প্ৰভাৱ পৰাৰ বিপৰিতে অধিকংশ ঠাইত বন্ধৰ কোনো প্ৰভাৱ পৰিলক্ষিত হোৱা নাই । সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনীয়ে এন আৰ চিত কোঁচ ৰাজবংশী লোকৰ নাম বাদ পৰাৰ প্ৰতিবাদত আহ্বান জনাইছিল বন্ধৰ ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ ।
Last Updated :Sep 12, 2019, 11:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.