ETV Bharat / state

কাছাৰত সংঘটিত পথ দুৰ্ঘটনাত 5 গৰাকীকৈ ছাত্ৰ নিহত

author img

By

Published : Dec 2, 2020, 5:21 PM IST

Updated : Dec 2, 2020, 5:39 PM IST

Road Accident In Cachar, 5 dead
কাছাৰত সংঘটিত পথ দুৰ্ঘটনাত 5 গৰাকীকৈ ছাত্ৰ নিহত

17:11 December 02

চাৰিচকীয়া বাহন আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

  • কাছাৰৰ কাটিগড়াত ভয়ংকৰ পথ দুৰ্ঘটনা
  • চাৰিচকীয়া বাহন আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ
  • ঘটনাস্থলীতে নিহত 4 গৰাকীকৈ যাত্ৰী
  • চিকিৎসালয়লৈ নিয়া অৱস্থাত আন এজন নিহত
  • নিহত আটাইকেইজন বদৰপুৰ নবীন চন্দ্ৰ কলেজৰ ছাত্ৰ
  • ঘটনাস্থলীত জিলা প্ৰশাসন আৰু আৰক্ষীৰ দল উপস্থিত
  • উদ্ধাৰ কাৰ্য অব্যাহত
Last Updated :Dec 2, 2020, 5:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.