ETV Bharat / state

বাংলা ভাষাত শপত গ্ৰহণ কৰিব শিলচৰৰ সাংসদ ৰাজদীপ ৰয়ে

author img

By

Published : Jun 15, 2019, 10:58 AM IST

বাংলা ভাষাত শপত গ্ৰহণ কৰিব শিলচৰৰ সাংসদ ডা: ৰাজদীপ ৰয়ে

বৰাক উপত্যকাৰ পাঁচটা ৰাষ্ট্ৰীয় পথৰ উন্নয়নৰ কাম খৰতকীয়া কৰাৰ লগতে বৰাকৰ স্বাস্থ্য খণ্ড আৰু অসম বিশ্ব বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদান কৰাৰ কথা উল্লেখ সাংসদগৰাকীৰ

শিলচৰ,15 জুন : অহা ১৭ জুনৰ পৰা আৰম্ভ হ'বলগীয়া সপ্তদশ লোকসভা অধিৱেশনত শপত গ্ৰহণ কৰিব দেশৰ নৱ-নিৰ্বাচিত সাংসদসকলে । বাংলাত শপত গ্ৰহণ কৰিব শিলচৰ সংসদীয় সমষ্টিৰ পৰা প্ৰথমবাৰলৈ নিৰ্বাচিত হোৱা বিজেপি সাংসদ ডা: ৰাজদীপ ৰয়ে ৷ ইতিমধ্যে লিখিতভাবে সংসদৰ কাৰ্যালয়ৰ লগতে মুখ্যমন্ত্ৰীকো এই কথা অৱগত কৰিছে ৰাজদীপ ৰয়ে । শিলচৰৰ দলীয় কাৰ্যালয়ত এক সংবাদমেলযোগে এই কথা সদৰী কৰে নৱ-নিৰ্বাচিত সাংসদগৰাকীয়ে ৷ সাংসদ হিচাপে বৰাকৰ উন্নয়নৰ ক্ষেত্ৰত সংসদত কি কি বিষয় উত্থাপন কৰিব তাৰো কিছু তথ্য সাংবাদিকৰ আগত দাঙি ধৰে সাংসদগৰাকীয়ে ।

বাংলা ভাষাত শপত গ্ৰহণ কৰিব শিলচৰৰ সাংসদ ডা: ৰাজদীপ ৰয়ে

বৰাক উপত্যকাৰ পাঁচটা ৰাষ্ট্ৰীয় পথৰ উন্নয়নৰ কাম খৰতকীয়া কৰাৰ লগতে বৰাকৰ স্বাস্থ্য খণ্ড আৰু অসম বিশ্ব বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদান কৰিব সাংসদগৰাকীয়ে । এগৰাকী চিকিৎসক হোৱা হেতুকে ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীৰ সৈতে এই সন্দৰ্ভত এক আলোচনাতো মিলিত হৈছে সাংসদগৰাকী । অসম বিশ্ব বিদ্যালয়ৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় মানৱ উন্নয়ন মন্ত্ৰীগৰাকীক শিলচৰলৈ আমন্ত্ৰণ কৰাৰো সিদ্ধান্ত লৈছে ৰাজদীপ ৰয়ে । অহা ছ মাহৰ ভিতৰত মন্ত্ৰী গৰাকী অসম বিশ্ব বিদ্যালয়লৈ আহিব বুলিও আশা ব্যক্ত কৰে ৰাজদীপ ৰয়ে ।

Intro:*Slug- SILCHAR- Rajdip Roy will take oath in BengaliBody:নিউজ শিলচৰ,14 জুন:- অহা ১৭ জুনৰ পৰা সংসদত আৰম্ভ হব লগা সপ্তদশ লোকসভাৰ অধিবেশনত নৱ নিৰ্বাছিত সাংসদ সকলে শপত গ্রহন কৰিব । শপত লব দেশৰ মুঠ ৫৪২ গৰাকী নৱ নিৰ্বাছিত সাংসদে । ইফালে, শিলচৰ সংসদীয় সমষ্টিৰ পৰা প্রথমবাৰলৈ নিৰ্বাছিত হোৱ বিজেপি সাংসদ ডা: ৰাজদীপ ৰয়ে মাতৃভাষা বাঙালীতে শপত গ্রহন কৰিব । ইতিমধ্যে লিখিত ভাবে সংসদৰ কাৰ্যলয়ৰ লগতে মূখ্যমন্ত্রীকো এই কথা অবগত কৰিছে ৰাজদীপ ৰয়ে । শিলচৰৰ দলীয় কাৰ্যলয়ত আয়োজিত “মিড দ্যা প্রেছ”অনুষ্ঠানত এই কথা সদৰী কৰে নৱ নিৰ্বাছিত সাংসদ গৰাকীয়ে ।
bite-1 Rajdip
সাংসদ হিচাপে বৰাকৰ উন্নয়ণয়ৰ ক্ষেত্রত সংসদত কি কি বিষয় উথ্থাপন কৰিব তাৰো কিছু তথ্য সাংবাদিকৰ আগত দাঙি ধৰে ডা ৰাজদীপ ৰয়ে । ৰাজদীপ ৰয়ৰ প্রথম ইচ্ছু হব – বৰাক উপত্যকাৰ পাচটি ৰাষ্ট্রীয় পথৰ উন্নয়ণৰ কাম খৰতকীয়া কৰা । উন্নয়ণৰ দ্বিতীয় আৰু তৃতীয় অগ্রাধিকাৰ হিচাপে স্হান পাব বৰাকৰ স্বাস্হ্য খণ্ড আৰু অসম বিশ্ব বিদ্যালয়। ৰাজদীপ ৰয় পেচাত যিহেতু এজন চিকিৎসক, গতিকে স্বাস্হ্য খণ্ডৰ উন্নয়নত যথেষ্ট গুৰুত্ব দিব । ইতিমধ্যে কেন্দ্রীয় স্বাস্হ্য মন্ত্রী গৰাকীৰ সৈতে মিলিত হৈ এই সন্দৰ্ভত এলানি আলোছনাও কৰিছে শিলচৰৰ সাংসদ গৰাকীয়ে । আনহাতে, বৰাক উপত্যকাক উচ্চ শিক্ষাৰ ক্ষে্ত্রত আগুৱাই নিবলৈ হলে অসম বিশ্ব বিদ্যালয়ৰ আন্ত: গাঠনি সহ সকলো দিশত উন্নতি হব লাগিব । অসম বিশ্ব বিদ্যালয়ৰ উন্নয়ণৰ বাবে কেন্দ্রীয় মানব উন্নয়ণ মন্ত্রী গৰাকীক শিলচৰলৈ আমন্ত্রণ কৰাৰো সিদ্ধান্ত লৈছে ৰাজদীপ ৰয়ে । অহা ছ মাহৰ ভিতৰত মন্ত্রী গৰাকী অসম বিশ্ব বিদ্যালয়লৈ আহিব বুলি আশাবাদী ৰাজদীপ ৰয় । bite-2 Rajdip
ইফালে, SMC হাস্পতালত সংঘটি বৃহৎ আৰ্থিক কেলেংকাৰি তদন্ত সঠিক দিশেৰে আগবাঢ়িছে বুলি মন্তব্য কৰে নব নিৰ্বাছিত সাংসদ ৰাজদীপ ৰয়ে bite-3 RajdipConclusion:নিউজ শিলচৰ,14 জুন:- অহা ১৭ জুনৰ পৰা সংসদত আৰম্ভ হব লগা সপ্তদশ লোকসভাৰ অধিবেশনত নৱ নিৰ্বাছিত সাংসদ সকলে শপত গ্রহন কৰিব । শপত লব দেশৰ মুঠ ৫৪২ গৰাকী নৱ নিৰ্বাছিত সাংসদে । ইফালে, শিলচৰ সংসদীয় সমষ্টিৰ পৰা প্রথমবাৰলৈ নিৰ্বাছিত হোৱ বিজেপি সাংসদ ডা: ৰাজদীপ ৰয়ে মাতৃভাষা বাঙালীতে শপত গ্রহন কৰিব । ইতিমধ্যে লিখিত ভাবে সংসদৰ কাৰ্যলয়ৰ লগতে মূখ্যমন্ত্রীকো এই কথা অবগত কৰিছে ৰাজদীপ ৰয়ে । শিলচৰৰ দলীয় কাৰ্যলয়ত আয়োজিত “মিড দ্যা প্রেছ”অনুষ্ঠানত এই কথা সদৰী কৰে নৱ নিৰ্বাছিত সাংসদ গৰাকীয়ে ।
bite-1 Rajdip
সাংসদ হিচাপে বৰাকৰ উন্নয়ণয়ৰ ক্ষেত্রত সংসদত কি কি বিষয় উথ্থাপন কৰিব তাৰো কিছু তথ্য সাংবাদিকৰ আগত দাঙি ধৰে ডা ৰাজদীপ ৰয়ে । ৰাজদীপ ৰয়ৰ প্রথম ইচ্ছু হব – বৰাক উপত্যকাৰ পাচটি ৰাষ্ট্রীয় পথৰ উন্নয়ণৰ কাম খৰতকীয়া কৰা । উন্নয়ণৰ দ্বিতীয় আৰু তৃতীয় অগ্রাধিকাৰ হিচাপে স্হান পাব বৰাকৰ স্বাস্হ্য খণ্ড আৰু অসম বিশ্ব বিদ্যালয়। ৰাজদীপ ৰয় পেচাত যিহেতু এজন চিকিৎসক, গতিকে স্বাস্হ্য খণ্ডৰ উন্নয়নত যথেষ্ট গুৰুত্ব দিব । ইতিমধ্যে কেন্দ্রীয় স্বাস্হ্য মন্ত্রী গৰাকীৰ সৈতে মিলিত হৈ এই সন্দৰ্ভত এলানি আলোছনাও কৰিছে শিলচৰৰ সাংসদ গৰাকীয়ে । আনহাতে, বৰাক উপত্যকাক উচ্চ শিক্ষাৰ ক্ষে্ত্রত আগুৱাই নিবলৈ হলে অসম বিশ্ব বিদ্যালয়ৰ আন্ত: গাঠনি সহ সকলো দিশত উন্নতি হব লাগিব । অসম বিশ্ব বিদ্যালয়ৰ উন্নয়ণৰ বাবে কেন্দ্রীয় মানব উন্নয়ণ মন্ত্রী গৰাকীক শিলচৰলৈ আমন্ত্রণ কৰাৰো সিদ্ধান্ত লৈছে ৰাজদীপ ৰয়ে । অহা ছ মাহৰ ভিতৰত মন্ত্রী গৰাকী অসম বিশ্ব বিদ্যালয়লৈ আহিব বুলি আশাবাদী ৰাজদীপ ৰয় । bite-2 Rajdip
ইফালে, SMC হাস্পতালত সংঘটি বৃহৎ আৰ্থিক কেলেংকাৰি তদন্ত সঠিক দিশেৰে আগবাঢ়িছে বুলি মন্তব্য কৰে নব নিৰ্বাছিত সাংসদ ৰাজদীপ ৰয়ে bite-3 Rajdip
xxxxxxxxxxxxxxxxxxxxxx
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.