ETV Bharat / state

বিশ্বনাথত আমছুৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Nov 5, 2020, 9:21 PM IST

বিশ্বনাথ জিলা আমছুৰ উদ্যোগত অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

amsu protest at price high at biswanatha
বিশ্বনাথত আমছুৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

বিশ্বনাথ, 5 নৱেম্বৰঃ সমগ্র ৰাজ্য লগতে সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বিশ্বনাথ জিলা আমছুৰ উদ্যোগত অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

amsu protest at price high at biswanatha
বিশ্বনাথত আমছুৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ
বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ তথা কৃষি মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তুলে ৷

লগতে পঢ়কঃ গুৱাহাটীত অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.