ETV Bharat / state

Gamblers arrested in Barpeta: বৰপেটা আৰক্ষীৰ জালত ছটাকৈ জুৱাৰী

author img

By

Published : Nov 7, 2022, 7:22 AM IST

বৰপেটাত বৃদ্ধি পাইছে বিভিন্ন অনৈতিক কাৰ্যকলাপ ৷ নিচাজাতীয় দ্ৰব্যৰ সাম্ৰাজ্যৰ লগতে লগতে জুৱাৰ দৰে বিভিন্ন অসামাজিক কাৰ্যই চানি ধৰিছে জিলাখনক ৷ ইয়াৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান ৷ শেহতীয়াকৈ আৰক্ষীৰ অভিযানত আটক ছটাকৈ জুৱাৰী(Gamblers arrested in Barpeta) ৷

Gamblers arrested in Barpeta
বৰপেটা আৰক্ষীৰ জালত ছটাকৈ জুৱাৰী

  • বৰপেটাত বৃদ্ধি পাইছে বিভিন্ন অনৈতিক কাৰ্যকলাপ
  • নিচাজাতীয় দ্ৰব্যৰ লগতে জুৱাৰ বেহা চলিছে জিলাখনৰ বিভিন্ন প্ৰান্তত
  • সমান্তৰালকৈ ইয়াৰ বিৰুদ্ধে আৰক্ষীয়েও অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান
  • শেহতীয়াকৈ আৰক্ষীৰ অভিযানত আটক ছটাকৈ জুৱাৰী(Gamblers arrested in Barpeta)
  • জুৱাৰীকেইটা ক্ৰমে শ্বৰিফুল ইছলাম, ফুলচান আলী, আনোৱাৰ হুছেইন, বাদশ্বাহ মিঞা, চান্দু মিঞা আৰু আবুল কাচেম
  • জুৱা খেলি থকা অৱস্থাতেই আৰক্ষীয়ে জনীয়াৰ কাদঙৰ পৰা আটক কৰিলে জুৱাৰীকেইটাক
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.