ETV Bharat / state

বাক্সাত কুণ্ডা ভৰ্তি ভান জব্দ

author img

By

Published : Nov 29, 2019, 11:38 PM IST

বাক্সা জিলাৰ বগুলামাৰীৰ পৰা গমাৰী কাঠৰ কুণ্ডা ভৰ্তি টাটা পিকআপ ভানেৰে অন্য ঠাইলৈ নি থকাৰ সময়তে জব্দ কৰে বাহনখন

বাক্সা
বাক্সাত কুণ্ডা ভৰ্তি ভান জব্দ

বাক্সা, 29 নৱেম্বৰঃ বনাঞ্চলত অবৈধ বেদখলৰ বিৰুদ্ধে বন বিভাগে অভিযান চলাই থকাৰ সময়তে শুকুৰবাৰে চোৰাং কাঠসহ চাৰিচকীয়া বাহন জব্দ কৰে বাগানপাৰা আৰক্ষীয়ে ৷

বাক্সাত কুণ্ডা ভৰ্তি ভান জব্দ

বাক্সা জিলাৰ বগুলামাৰীৰ পৰা গমাৰী কাঠৰ কুণ্ডা ভৰ্তি টাটা পিকআপ ভানেৰে অন্য ঠাইলৈ নি থকাৰ সময়তে জব্দ কৰে বাহনখন ৷ বাগানপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই গোপন সূত্ৰৰ ভিত্তিতে চোৰাং কাঠ ভৰ্তি চাৰিচকীয়া বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে,বাহনখন আৰক্ষীয়ে ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও আৰক্ষীক দেখি চালক-হেণ্ডিমেনে চোৰাং কাঠ ভৰ্তী বাহনখন এৰি পলায়ন কৰে ৷

লগতে চাওকঃজোনাইত নৰেন্দ্ৰ মোদী আৰু প্ৰজ্ঞা ঠাকুৰৰ পুত্তলিকা দাহ

Intro:
# বাক্সাৰ বাগানপাৰাত চোৰাং কাঠ সহ বাহন জব্দ # বাহন এৰি পলায়ন চালক - হেণ্ডিমেন #



বনাঞ্চলত অবৈধ বেদখলৰ বিৰুদ্ধে বন বিভাগে অভিযান চলাই থকাৰ সময়তে শুক্ৰবাৰে চোৰাং কাঠ সহ চাৰিচকীয়া বাহন জব্দ কৰে বাগানপাৰা আৰক্ষীয়ে ৷
বাক্সা জিলাৰ বগুলামাৰীৰ পৰা গমাৰী কাঠৰ কুণ্ডা ভৰ্তী --- নম্বৰৰ টাটা ৰিপআপ ভেনেৰে বহি জিলালৈ নি থকাৰ সময়তে বাগানপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই গোপন সুত্ৰৰ পম খেদি চোৰাং কাঠ ভৰ্তী চাৰিচকীয়া বাহন খন ৰখাবলৈ নিৰ্দেশ দিয়ে ৷



আৰক্ষীক দেখি চালক - হেণ্ডিমেন চোৰাং কাঠ ভৰ্তী হাহন খন এৰি পলায়ন কৰে যদিও আৰক্ষীয়ে বাহনখন জব্দ কৰি থানালৈ লৈ আহে ৷
বাইট -- আৰক্ষী বিষয়া

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।Body:বনাঞ্চল অবৈধ বেদখলৰ বিৰুদ্ধে বন বিভাগে অভিযান চলাই থকাৰ সময়তে শুক্ৰবাৰে চোৰাং কাঠ সহ চাৰিচকীয়া বাহন জব্দ কৰে বাগানপাৰা আৰক্ষীয়ে ৷
বাক্সা জিলাৰ বগুলামাৰীৰ পৰা গমাৰী কাঠৰ কুণ্ডা ভৰ্তী --- নম্বৰৰ টাটা ৰিপআপ ভেনেৰে বহি জিলালৈ নি থকাৰ সময়তে বাগানপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই গোপন সুত্ৰৰ পম খেদি চোৰাং কাঠ ভৰ্তী চাৰিচকীয়া বাহন খন ৰখাবলৈ নিৰ্দেশ দিয়ে ৷ Conclusion:আৰক্ষীক দেখি চালক - হেণ্ডিমেন চোৰাং কাঠ ভৰ্তী হাহন খন এৰি পলায়ন কৰে যদিও আৰক্ষীয়ে বাহনখন জব্দ কৰি থানালৈ লৈ আহে ৷
বাইট -- আৰক্ষী বিষয়া

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.