ETV Bharat / state

শান্তিপূৰ্ণভাৱে ভোট দানৰ আহ্বান বিপিএফৰ প্ৰাৰ্থী অনচুমৈ খুংগুৰ বড়োৰ

author img

By

Published : Dec 7, 2020, 9:34 AM IST

পুৱা 7.30 বজাৰ পৰা আৰম্ভ হৈছে বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ভোটদানত প্ৰত্যক্ষ কৰা হৈছে ৰাইজৰ উৎসাহ ৷

ভোটদানত প্ৰত্যক্ষ কৰা হৈছে ৰাইজৰ উৎসা
বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

বাক্সা, 7 ডিচেম্বৰ : সকলো উৎকণ্ঠাৰ অন্ত পেলাই আজি বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ বাক্সাৰ মুছলপুৰত বিটিচিৰ 24 নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী অনচুমৈ খুংগুৰ বড়োৱে ভোট কেন্দ্ৰত সপত্নীক উপস্থিত হৈ ভোটদান কৰে ৷

বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

অন্যান্য ভোটাৰেও শাৰী পাতি ভোট প্ৰদানৰ বাবে ওলাই অহা পৰিলক্ষিত হৈছে ৷ প্ৰাৰ্থী অনচুমৈ খুংগুৰ বড়োৱে শান্তিপূৰ্ণভাৱে ভোট দান কৰিবলৈ ৰাইজক আহ্বান জনায় ৷

লগতে পঢ়ক : আজি বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.