ETV Bharat / sports

3-0ত জয় সাব্যস্ত ভাৰতীয় মহিলা হকী দলৰ

author img

By

Published : Apr 5, 2019, 11:30 AM IST

INDIAN WOMEN'S HOCKEY TEAM BEAT MALAYSIA

কোৱালালামপুৰত অনুষ্ঠিত 5 খনীয়া শৃংখলাৰ প্ৰথম মেচতে বৃহৎ জয় ভাৰতীয় মহিলা হকী দলৰ ৷ ভাৰতৰ হৈ 17 আৰু 60 মিনিটত বন্দনা কাটাৰিয়া আৰু 38 মিনিটত লালৰেমছিয়ামিয়ে গ'ল কৰে

নিউজ ডেস্ক, 5 এপ্ৰিলঃ বৃহস্পতিবাৰে কোৱালালামপুৰত অনুষ্ঠিত 5 খনীয়া শৃংখলাৰ প্ৰথম মেচতে বৃহৎ জয় সাব্যস্ত কৰিছে ভাৰতীয় মহিলা হকী দলে ৷ আয়োজক দেশ মালয়েছিয়াক 3-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় দলে ৷ ভাৰতৰ হৈ 17 আৰু 60 মিনিটত বন্দনা কাটাৰিয়া আৰু 38 মিনিটত লালৰেমছিয়ামিয়ে গ'ল কৰে ৷

8 দিনীয়া এই ভ্ৰমণসূচীৰ অধিনায়ক হিচাপে দলত আছে গ'লকীপাৰ ছবিতা আৰু সহ অধিনায়ক ডি জি এক্কা ৷ এই শৃংখলাৰ দ্বিতীয়খন মেচ শনিবাৰে অনুষ্ঠিত হ'ব ৷

INDIAN WOMEN'S HOCKEY TEAM BEAT MALAYSIA 3-0

3-0 ত জয় সাব্যস্ত ভাৰতীয় মহিলা হকী দলৰ

নিউজ ডেস্ক, 5 এপ্ৰিল: বৃহস্পতিবাৰে কোৱালা লামপুৰত অনুষ্ঠিত 5 খনীয়া শৃংখলাৰ প্ৰথম মেচতে বৃহৎ জয় সাব্যস্ত কৰিছে ভাৰতীয় মহিলা হকী দলে ৷ আয়োজক দেশ মালয়েছিয়াক 3-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় দলে ৷ ভাৰতৰ হৈ 17 আৰু 60 মিনিটত বন্দনা কাটাৰিয়া আৰু 38 মিনিটত লালৰেমছিয়ামিয়ে গ'ল কৰে ৷ 

8 দিনীয়া এই ভ্ৰমনসূচীৰ অধিনায়ক হিচাপে দলত আছে গ'লকীপাৰ ছবিতা আৰু সহ অধিনায়ক ডি জি এক্কা ৷ এই শৃংখলাৰ দ্বিতীয়খন মেচ শনিবাৰে অনুষ্ঠিত হ'ব ৷  

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.