ETV Bharat / sports

আজি নিৰ্বাচন কৰা হ’ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক

author img

By

Published : Aug 16, 2019, 12:05 PM IST

আজি নিৰ্বাচন কৰা হ’ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক

আজি বাছনি কৰা হ’ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক ৷ কপিল দেৱৰ নেতৃত্বত তিনিজনীয়া দলে বাছনি কৰিব ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকক ৷ কিন্তু বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীক মূল প্ৰতিদ্বন্দী হিচাপে গণ্য কৰা হৈছে ৷

  • আজি নিৰ্বাচন কৰা হ’ব ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষক
  • বিচিচিআইয়ে মুম্বাইত সন্ধিয়া 7 বজাত সংবাদমেল যোগে ঘোষণা কৰিব নতুন প্ৰশিক্ষকৰ নাম
  • কপিল দেৱৰ তত্বাৱধানত নিৰ্বাচন কৰা হ’ব ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক
  • মুখ্য প্ৰশিক্ষকৰ ভূমিকাৰ বাবে বাছনি ছয়গৰাকী প্ৰাৰ্থীক
  • প্ৰতিদ্বন্দিতাত আছে মাইক হেছন, টম মোডী, ৰবিন সিং, লালচান্দ ৰাজপুত, ফিল ছিমনছ আৰু বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী ৷
    ETV BHARAT
    বৰ্তমানৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰী
IMAGE
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.