ETV Bharat / sitara

পাপাৰাজী ডায়েৰী: বৰুণ-ভূমি-অৰ্জুনক দেখা গ’ল বিভিন্ন স্থানত

author img

By

Published : Feb 28, 2021, 2:12 PM IST

Paparazzi diary: Varun, Bhumi and Arjun spotted
পাপাৰাজী ডায়েৰী: বৰুণ, ভূমি, অৰ্জুনক দেখা গ’ল বিভিন্ন স্থানত

বলীউডৰ অভিনেতা বৰুণ ধৱন, শিল্পা শেট্টী, ভূমি পেডনেকৰ, অৰ্জুন কাপুৰক দেখিবলৈ পোৱা গ’ল মুম্বাইত ৷ অভিনেত্ৰী ভূমি পেডনেক এখন চেলুনৰ বাহিৰত প্ৰত্যক্ষ কৰে সাংবাদিকে ৷ ইয়াৰ বিপৰীতে অৰ্জুন কাপুৰক জুহুত দেখা যায় ৷

চিটাৰা ডেস্ক,28 ফেব্ৰুৱাৰী: বলিউড অভিনেতা বৰুণ ধৱন, শিল্পা শেট্টী, ভূমি পেডনেকৰ, অৰ্জুন কাপুৰক দেখিবলৈ পোৱা গ’ল মুম্বাইত ৷ অভিনেত্ৰী ভূমি পেডনেক এখন চেলুনৰ বাহিৰত প্ৰত্যক্ষ কৰে সাংবাদিকে ৷ ইয়াৰ বিপৰীতে অৰ্জুন কাপুৰক জুহুত দেখা যায় ৷

পাপাৰাজী ডায়েৰী: বৰুণ, ভূমি, অৰ্জুনক দেখা গ’ল বিভিন্ন স্থানত

অৰ্জুন কাপুৰক আহিবলগীয়া ছবি ‘সণ্ডীপ ঔৰ পিংকী ফৰাৰ’ ছবি দেখিবলৈ পোৱা যাব ৷ আনহাতে, বৰুণ ধৱন অভনীত ছবি ‘যুগ যুগ জীয়ো’ৰ শ্বুটিঙৰ কাম চলি আছে ৷

লগতে পঢ়ক-ছবিগৃহত চিনেমাৰ প্ৰদৰ্শনীয়ে উৎসুকতা উভতাই আনিব: গুলশন গ্ৰোভাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.