ETV Bharat / sitara

মুম্বাই বিমানবন্দৰৰ সন্মুখত প্ৰাচী দেশাই, খুশী কাপুৰ, অনন্যা পাণ্ডে

author img

By

Published : Feb 22, 2021, 12:20 PM IST

মুম্বাই বিমানবন্দৰৰ সন্মুখত প্ৰাচী দেশাই, খুশী কাপুৰ, অনন্যা পাণ্ডে
মুম্বাই বিমানবন্দৰৰ সন্মুখত প্ৰাচী দেশাই, খুশী কাপুৰ, অনন্যা পাণ্ডে

মুম্বাই বিমানবন্দৰৰ সন্মুখত প্ৰাচী দেশাই, শ্ৰীদেৱীৰ কনিষ্ঠ কন্যা খুশী কাপুৰ, অনন্যা পাণ্ডে, নশ্ৰত ভাৰুচ্চা আৰু আয়ুষ্মান খুৰানাক দেখা যায় ।

চিটাৰা ডেস্ক, ২২ ফেব্ৰুৱাৰী : মুম্বাই বিমানবন্দৰৰ বাহিৰত বলিউড অভিনেত্ৰী প্ৰাচী দেশাইক আঘাতপ্ৰাপ্ত অৱস্থাত পৰলক্ষিত হয় । দৰাচলতে, প্ৰাচীৰ বাওঁভৰিত আঘাতৰ চিন পৰলক্ষিত হয় ।

ইফালে, বলিউডৰ প্ৰয়াত মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ কনিষ্ঠ কন্যা খুশী কাপুৰ, অনন্যা পাণ্ডেকো বিমানবন্দৰৰ সন্মুখত সাংবাদিকসকলে ফটো উঠোৱা পৰলক্ষিত হয় । লগতে নশ্ৰত ভাৰুচ্চাকো এযোৰ সুন্দৰ বগা সাজত দেখা যায় ।

ইপিনে, আয়ুষ্মান খুৰানাকো বিমানবন্দৰত অহাৰ সময়ত সাংবাদিকসকলে ফটো লোৱা পৰিলক্ষিত হয় ।

লগতে পঢ়ক:‘বিগ বচ-14’ৰ খিতাপ দখল কৰিলে অভিনেত্ৰী ৰুবিণা দিলৈকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.