ETV Bharat / jagte-raho

আৰক্ষীৰ জালত মষ্ট ৱান্টেড ড্ৰাগছ মাফিয়া আব্দুল বশৰ

author img

By

Published : Jun 25, 2019, 6:41 PM IST

আৰক্ষীৰ জালত মষ্ট ৱান্টেড ড্ৰাগছ মাফিয়া আব্দুল বশৰ

ত্ৰিপুৰা আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ অভিযানত মষ্ট ৱান্টেড ড্ৰাগছ মাফিয়া আব্দুল বশৰৰ লগতে জব্দ বৃহৎ পৰিমাণৰ নিচা যুক্ত ইয়াবা টেবলেট

কৰিমগঞ্জ, 25 জুনঃ কদমতলা আৰক্ষী থানাৰ অন্তৰ্গত বৈথলী গাঁৱৰ আব্দুল বশৰ (39) নামৰ এগৰাকী ড্ৰাগছ ব্যবসায়ীৰ ঘৰত ত্ৰিপুৰা আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ অভিযান ৷ অভিযানত বৃহৎ পৰিমাণৰ নিচা জাতীয় ইয়াবা টেবলেটৰ লগত নগদ 4.50 লাখ টকা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । লগতে আব্দুল বশৰ ঘৰৰ পৰা এখন ৱেগনাৰ বাহনো জব্দ কৰে আৰক্ষীয়ে । আব্দুল বশৰে দীৰ্ঘদিনৰ পৰাই বৰাক উপত্যকাৰ ড্ৰাগছ মাফিয়াৰ লগত সম্পৰ্ক স্থাপন কৰি অসম ত্ৰিপুৰা সীমান্তত নিচাৰ সাম্ৰাজ্য গঢ়ি তোলাৰ অভিযোগ উঠিছে ।

আৰক্ষীৰ জালত মষ্ট ৱান্টেড ড্ৰাগছ মাফিয়া আব্দুল বশৰ

অৱশেষত ত্ৰিপুৰা আৰক্ষীৰ চোৰাংচোৱা বিভাগে অভিযান চলাই মষ্ট ৱান্টেড ড্ৰাগছ মাফিয়া আব্দুল বশৰক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে মাত্ৰ দুদিনৰ অভিযানত ত্ৰিপুৰা সীমান্তৰ পৰা ত্ৰিপুৰা আৰক্ষীয়ে প্ৰায় ডেৰ কোটি টকা মূল্যৰ ইয়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে ৷

আৰু পঢ়কঃ গোলাঘাটত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী

Intro:Body:SLUG : HUGE YABA TABLETS SEIZED.


এইবাৰ ত্ৰিপুৰা আৰক্ষীৰ চোৰাংচোৱা বিভাগে অভিযান চলাই বুজন পৰিমাণৰ নিচা জাতীয় ইয়াবা টেবলেটৰ লগত নগদ 4.50 লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে । কদমতলা আৰক্ষী থানাৰ অন্তৰ্গত বৈথলী গাঁওৰ আব্দুল বশৰ (39) নামৰ এগৰাকী ড্ৰাগছ ব্যবসায়ীৰ ঘৰত অভিযান চলাই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে । লগতে আব্দুল বশৰ'ৰ এখন ওৱাগনআৰ বহন জব্দ কৰিছে । আব্দুল বশিৰে দীৰ্ঘদিনৰ পৰাই বৰাক উপত্যকাৰ ড্ৰাগছ মাফিয়াৰ লগত সম্পৰ্ক স্থাপন কৰি অসম ত্ৰিপুৰা সীমান্তত নিচাৰ সাম্ৰাজ্য গঢ়ি তুলিছিল । অৱশেষত ত্ৰিপুৰা আৰক্ষীৰ চোৰাংচোৱা বিভাগে গোপন অভিযান চলাই মোষ্ট অৱান্টেড এইজন ড্ৰাগছ মাফিয়াক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যেন মাত্ৰ দুই দিনৰ অভিযানত ত্ৰিপুৰা সীমান্তৰ পৰা ত্ৰিপুৰা আৰক্ষীয়ে প্ৰায় ডেৰ কৌটি টকা মুল্যৰ ইয়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে সক্ষম হৈছে । Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.