ETV Bharat / international

6.4 ৰিখটাৰ স্কেল প্ৰাবল্য়ৰ ভূমিকম্পই জোকাৰি গ'ল ৰাছিয়াৰ ছ'ভেটস্কায়া গাভান

author img

By

Published : Dec 1, 2020, 2:06 PM IST

মঙলবাৰে পুৱা প্ৰায় 4:24 বজাত 6.4 ৰিখটাৰ স্কেল প্ৰাবল্য়ৰ ভূমিকম্পই জোকাৰি যায় ৰাছিয়াৰ ছ'ভেটস্কায়া গাভান । United States Geological Survey য়ে উল্লেখ কৰা মতে,ছ'ভেটস্কায়া গাভানৰ পৰা 88 কিলোমিটাৰ দক্ষিণ-পূব অঞ্চলৰ 22:54:34 UTC ত ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হৈছে ।

4.4 magnitude earthquake hits near Russia's Sovetskaya Gavan
4.4 magnitude earthquake hits near Russia's Sovetskaya Gavan

ইণ্টাৰনেশ্যনেল ডেস্ক, 1 ডিচেম্বৰ: মঙলবাৰে 6.4 ৰিখটাৰ স্কেল প্ৰাবল্য়ৰ ভূমিকম্পই ৰাছিয়াৰ ছ'ভেটস্কায়া গাভান জোকাৰি যায় । United States Geological Survey য়ে প্ৰকাশ কৰা অনুসৰি, 22:54:34 UTC ত ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰা হৈছে ।

6.4 ৰিখটাৰ স্কেল প্ৰাবল্য়ৰ ভূমিকম্পই জোকাৰি গ'ল ৰাছিয়াৰ ছ'ভেটস্কায়া গাভান
6.4 ৰিখটাৰ স্কেল প্ৰাবল্য়ৰ ভূমিকম্পই জোকাৰি গ'ল ৰাছিয়াৰ ছ'ভেটস্কায়া গাভান

"6.4 ৰিখটাৰ স্কেল প্ৰাবল্য়ৰ ভূমিকম্পই ৰাছিয়াৰ ছ'ভেটস্কায়া গাভানৰ পৰা 88 কিলোমিটাৰ দক্ষিণ-পূব অঞ্চলৰ 22:54:34 UTC ত পুৱা প্ৰায় 4:24 বজাত জোকাৰি যায়" বুলি উল্লেখ কৰে United States Geological Survey য়ে ।

লগতে পঢ়ক: ঘূৰ্ণীবতাহঃদক্ষিণ কেৰালাত সতৰ্কতা জাৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.