ETV Bharat / crime

মৰিগাঁৱত কৃষিবান্ধ নিৰ্মাণৰ নামত দুৰ্নীতি

author img

By

Published : Feb 3, 2021, 10:44 PM IST

corruption-in-morigaon
মৰিগাঁৱত কৃষিবান্ধ নিৰ্মাণৰ নামত দুৰ্নীতি

মৰিগাঁও ভূৰবন্ধা উন্নয়ন খণ্ডত হাঁহচৰা পথাৰৰ কৃষিবান্ধ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ শ'লমাৰী গাঁও পঞ্চায়ত সভাপতি আৰু সচিবৰ বিৰুদ্ধে । এই অভিযোগ প্ৰদান কৰিছে পঞ্চায়তটোৰ বিজেপি কৰ্মীয়ে ।

মৰিগাঁও, 3 ফেব্ৰুৱাৰী : মৰিগাঁও ভূৰবন্ধা উন্নয়ন খণ্ডত হাঁহচৰা পথাৰৰ কৃষিবান্ধ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগ শ'লমাৰী গাঁও পঞ্চায়ত সভাপতি আৰু সচিবৰ বিৰুদ্ধে । এই অভিযোগ প্ৰদান কৰিছে পঞ্চায়তটোৰ বিজেপি কৰ্মীয়ে ।

corruption-in-morigaon
মৰিগাঁৱত কৃষিবান্ধ নিৰ্মাণৰ নামত দুৰ্নীতি

অভিযোগ অনুসৰি, শ'লমাৰী গাঁও পঞ্চায়ত ৱাৰ্ডৰ কৃষি বান্ধ নিৰ্মাণৰ নামত 2020-21 বিত্তীয় বৰ্ষৰ এম জি এনৰেগাৰ আঁচনিৰ জৰিয়তে অনুমোদন হৈছে 6,81,000 টকা । ইয়াৰে এই অনুমোদিত ধনৰে কৃষি বান্ধটো নিৰ্মাণ কৰাৰ নামত বান্ধটোৰ জেচিবিয়ে মাটি সমান আৰু কৃষিবান্ধটোৰ কাষে কাষে নিম্নমানৰ কাম কৰি বাকী টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

অভিযোগকাৰী বিজেপি কৰ্মীৰ মন্তব্য়

লগতে পঢ়ক : ৰঙিয়াত মথাউৰি নিৰ্মাণৰ নামত ঠিকাদাৰৰ বৃহৎ দুৰ্নীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.